Alkʋrãɑn wɑgellã mɑɑnɑ wã lebgre - Alkʋrãan wagellã tafsɩɩrã sẽn kʋʋg koεεga, b sẽn lebg ne Asãmiya goamã.

external-link copy
107 : 23

رَبَّنَاۤ اَخْرِجْنَا مِنْهَا فَاِنْ عُدْنَا فَاِنَّا ظٰلِمُوْنَ ۟

হে আমাৰ প্ৰতিপালক! আমাক এই জাহান্নামৰ পৰা মুক্তি দিয়া। ইয়াৰ পিছত পুনৰ যদি আমি কুফৰী আৰু পথভ্ৰষ্টতাত লিপ্ত হওঁ তেন্তে নিশ্চিতভাৱে আমি অন্যায়কাৰী বুলি পৰিগণিত হ'ম। তেতিয়া আমাৰ ওচৰত অজুহাত দাঙি ধৰাৰ কোনো অৱকাশ নাথাকিব। info
التفاسير:
Sẽn be Aayar-rãmbã yõod-rãmba seb-neg-kãngã pʋgẽ:
• الكافر حقير مهان عند الله.
কাফিৰ আল্লাহৰ দৃষ্টি অতি নিকৃষ্ট তথা লাঞ্ছিত। info

• الاستهزاء بالصالحين ذنب عظيم يستحق صاحبه العذاب.
পূণ্যৱান লোকসকলৰ উপহাস কৰা তথা বিদ্ৰুপ কৰাটো হৈছে মহাপাপ। এনেকুৱা ব্যক্তি শাস্তিৰ উপযুক্ত। info

• تضييع العمر لازم من لوازم الكفر.
কুফৰে মানুহৰ আয়ু বিনষ্ট কৰে। info

• الثناء على الله مظهر من مظاهر الأدب في الدعاء.
আল্লাহৰ প্ৰশংসা কৰাটো দুআ কৰাৰ এটা অন্যতম শিষ্টাচাৰ। info

• لما افتتح الله سبحانه السورة بذكر صفات فلاح المؤمنين ناسب أن تختم السورة بذكر خسارة الكافرين وعدم فلاحهم.
যিহেতু আল্লাহে এই ছুৰাটো আৰম্ভ কৰিছে মুমিনসকলৰ সফলতাৰ বৈশিষ্ট্যসমূহৰ জৰিয়তে, সেয়ে কাফিৰসকলৰ ক্ষতিগ্ৰস্ততা আৰু ব্যৰ্থতাৰ বৰ্ণনাৰে এই ছুৰা শেষ কৰাটো হৈছে যথোপযুক্ত। info