Alkʋrãɑn wɑgellã mɑɑnɑ wã lebgre - Alkʋrãan wagellã tafsɩɩrã sẽn kʋʋg koεεga, b sẽn lebg ne Asãmiya goamã.

external-link copy
50 : 24

اَفِیْ قُلُوْبِهِمْ مَّرَضٌ اَمِ ارْتَابُوْۤا اَمْ یَخَافُوْنَ اَنْ یَّحِیْفَ اللّٰهُ عَلَیْهِمْ وَرَسُوْلُهٗ ؕ— بَلْ اُولٰٓىِٕكَ هُمُ الظّٰلِمُوْنَ ۟۠

সিহঁতৰ অন্তৰত ব্যাধি আছে নেকি, যিটো অৱসান হোৱাৰ নামেই নলয়। নে সিহঁতে আপোনাক ৰাছুল হোৱাত সন্দেহ পোষণ কৰে? অথবা সিহঁতে ভয় কৰে নেকি যে, আল্লাহ আৰু তেওঁৰ ৰাছুলে সিহঁতৰ বিৰুদ্ধে ফয়চালা দিব বা সিহঁতৰ লগত অন্যায় কৰিব? এইবোৰৰ এটাও সত্য নহয়। বৰং আল্লাহৰ আদেশ নমনাৰ কাৰণে বা অৱহেলা কৰাৰ কাৰণে সিহঁতৰ অন্তৰত ব্যাধিৰ সৃষ্টি হৈছে। info
التفاسير: |
Sẽn be Aayar-rãmbã yõod-rãmba seb-neg-kãngã pʋgẽ:
• تنوّع المخلوقات دليل على قدرة الله.
সৃষ্টিসকলৰ ভিন্নতাই আল্লাহৰ ক্ষমতাৰ প্ৰমাণবহন কৰে। info

• من صفات المنافقين الإعراض عن حكم الله إلا إن كان الحكم في صالحهم، ومن صفاتهم مرض القلب والشك، وسوء الظن بالله.
মুনাফিকৰ চিহ্ন হৈছে সিহঁতে আল্লাহৰ আদেশৰ পৰা আঁতৰি ফুৰে। কিন্তু যদি সেই আদেশ সিহঁতৰ সপক্ষে হয় তেন্তে স্বাচ্ছন্দ্যে গ্ৰহণ কৰে। এইদৰে অন্তৰৰ ব্যাধি, সন্দেহ আৰু আল্লাহ সম্পৰ্কে বেয়া ধাৰণা পোষণ কৰাও সিহঁতৰ বৈশিষ্ট্যৰ অন্তৰ্ভুক্ত। info

• طاعة الله ورسوله والخوف من الله من أسباب الفوز في الدارين.
আল্লাহ আৰু তেওঁৰ ৰাছুলৰ আনুগত্য তথা আল্লাহৰ ভয়, এইবোৰ হৈছে পৃথিৱী আৰু আখিৰাতত সফল হোৱাৰ চাবিকাঠি। info

• الحلف على الكذب سلوك معروف عند المنافقين.
মিছা শপত খোৱাটো হৈছে মুনাফিকসকলৰ সুপৰিচিত চৰিত্ৰ। info