Alkʋrãɑn wɑgellã mɑɑnɑ wã lebgre - Alkʋrãan wagellã tafsɩɩrã sẽn kʋʋg koεεga, b sẽn lebg ne Asãmiya goamã.

external-link copy
166 : 26

وَتَذَرُوْنَ مَا خَلَقَ لَكُمْ رَبُّكُمْ مِّنْ اَزْوَاجِكُمْ ؕ— بَلْ اَنْتُمْ قَوْمٌ عٰدُوْنَ ۟

ইপিনে নিজৰ পত্নীৰ সন্মুখৰ লজ্জাস্থান বৰ্জন কৰা, যিটোক আল্লাহে তোমালোকৰ কামভাৱ পূৰণৰ বাবে সৃষ্টি কৰিছে। বৰং তোমালোকে সেই অশ্লীল কৰ্মত লিপ্ত হৈ আল্লাহৰ সীমা ৰেখা উলঙ্ঘা কৰিছা। info
التفاسير:
Sẽn be Aayar-rãmbã yõod-rãmba seb-neg-kãngã pʋgẽ:
• اللواط شذوذ عن الفطرة ومنكر عظيم.
সমকামিতা হৈছে অপ্ৰাকৃতিক কৰ্ম তথা মহা অপৰাধ। info

• من الابتلاء للداعية أن يكون أهل بيته من أصحاب الكفر أو المعاصي.
এজন আহ্বায়কৰ বাবে পৰিস্থিতি সেইসময়ত অধিক কঠিন হৈ পৰে, যেতিয়া তেওঁৰ নিজৰ পৰিয়ালৰ কোনো সদস্য কুফৰীত তথা গুনাহত লিপ্ত থাকে। info

• العلاقات الأرضية ما لم يصحبها الإيمان، لا تنفع صاحبها إذا نزل العذاب.
সাংসাৰিক সম্বন্ধৰ সৈতে যদি ঈমানৰ অটুট বন্ধন নাথাকে, তেন্তে শাস্তিৰ সময়ত কোনো উপকাৰ সাধন নকৰে। info

• وجوب وفاء الكيل وحرمة التَّطْفِيف.
পৰিপূৰ্ণৰূপে ওজন কৰি দিয়াটো অত্যন্ত জৰুৰী, আনহাতে ওজনত কম দিয়াটো হাৰাম। info