Alkʋrãɑn wɑgellã mɑɑnɑ wã lebgre - Alkʋrãan wagellã tafsɩɩrã sẽn kʋʋg koεεga, b sẽn lebg ne Asãmiya goamã.

external-link copy
196 : 26

وَاِنَّهٗ لَفِیْ زُبُرِ الْاَوَّلِیْنَ ۟

এই কোৰআন সম্পৰ্কে পূৰ্বৱৰ্তী গ্ৰন্থসমূহতো বৰ্ণনা আহিছে। গতিকে ইয়াৰ বিষয়ে বিগত ঐশী গ্ৰন্থসমূহতো সুসংবাদ দিয়া হৈছে। info
التفاسير:
Sẽn be Aayar-rãmbã yõod-rãmba seb-neg-kãngã pʋgẽ:
• كلما تعمَّق المسلم في اللغة العربية، كان أقدر على فهم القرآن.
এজন মুছলিমে আৰবী ভাষা যিমান গভীৰভাৱে অধ্যয়ন কৰিব, সেই অনুপাতে কোৰআন বুজাৰ দক্ষতা লাভ কৰিব। info

• الاحتجاج على المشركين بما عند المُنْصِفين من أهل الكتاب من الإقرار بأن القرآن من عند الله.
ঐশীগ্ৰন্থ প্ৰাপ্ত লোকসকলৰ মাজৰ ন্যায়প্ৰিয় লোকসকলৰ এই স্বীকাৰোক্তি মুশ্বৰিকসকলৰ বিৰুদ্ধে উপযুক্ত প্ৰমাণ যে, কোৰআন আল্লাহৰ ফালৰ পৰা অৱতীৰ্ণ। info

• ما يناله الكفار من نعم الدنيا استدراج لا كرامة.
কাফিৰসকলে পৃথিৱীত লাভ কৰা নিয়ামতবোৰ হৈছে সিহঁতৰ বাবে এক প্ৰকাৰ অৱকাশ, সন্মান নহয়। info