Alkʋrãɑn wɑgellã mɑɑnɑ wã lebgre - Alkʋrãan wagellã tafsɩɩrã sẽn kʋʋg koεεga, b sẽn lebg ne Asãmiya goamã.

external-link copy
43 : 26

قَالَ لَهُمْ مُّوْسٰۤی اَلْقُوْا مَاۤ اَنْتُمْ مُّلْقُوْنَ ۟

প্ৰথমেই মুছা আলাইহিচ্ছালামে আল্লাহৰ প্ৰতি পূৰ্ণ বিশ্বাস ৰাখি এই কথা স্পষ্ট কৰিলে যে, তেওঁৰ ওচৰত যি আছে সেইবোৰ যাদু নহয়। তাৰ পিছত তেওঁ যাদুকৰবিলাকক ক’লেঃ তোমালোকৰ ৰছী আৰু লাখুটি, যি যি আছে নিক্ষেপ কৰা। info
التفاسير:
Sẽn be Aayar-rãmbã yõod-rãmba seb-neg-kãngã pʋgẽ:
• العلاقة بين أهل الباطل هي المصالح المادية.
অসত্যৰ অনুসাৰীসকলৰ মাজত কেৱল আৰ্থিক লাভালাভৰ সম্পৰ্ক পোৱা যায়। info

• ثقة موسى بالنصر على السحرة تصديقًا لوعد ربه.
মুছা আলাইহিচ্ছালাম সম্পূৰ্ণৰূপে আশ্বস্ত আছিল যে, তেওঁ যাদুকৰসকলক পৰাস্ত কৰি বিজয় লাভ কৰিব। কিয়নো নিজ প্ৰতিপালকৰ প্ৰতিশ্ৰুতিৰ প্ৰতি তেওঁৰ সম্পূৰ্ণ ভৰসা আছিল। info

• إيمان السحرة برهان على أن الله هو مُصَرِّف القلوب يصرفها كيف يشاء.
যাদুকৰসকলৰ ঈমানে এই কথা প্ৰমাণ কৰে যে, নিশ্চয় আল্লাহেই অন্তৰসমূহক নিয়ন্ত্ৰণ কৰে। তেওঁ যিদৰে ইচ্ছা কৰে, সেইদৰেই সঞ্চালিত কৰে। info

• الطغيان والظلم من أسباب زوال الملك.
অন্যায়-অত্যাচাৰ আৰু সীমালঙ্ঘন, এইবোৰ হৈছে ৰাজত্ব হেৰুৱাৰ অন্যতম কাৰণ। info