Alkʋrãɑn wɑgellã mɑɑnɑ wã lebgre - Alkʋrãan wagellã tafsɩɩrã sẽn kʋʋg koεεga, b sẽn lebg ne Asãmiya goamã.

external-link copy
87 : 26

وَلَا تُخْزِنِیْ یَوْمَ یُبْعَثُوْنَ ۟ۙ

তথা মোক সেইদিনা শাস্তি প্ৰদান কৰি অপমানিত নকৰিবা, যিদিনা মানুহক হিচাপ-নিকাচৰ বাবে পুনৰুত্থিত কৰা হ’ব। info
التفاسير:
Sẽn be Aayar-rãmbã yõod-rãmba seb-neg-kãngã pʋgẽ:
• أهمية سلامة القلب من الأمراض كالحسد والرياء والعُجب.
অন্তৰক ঈৰ্ষা, লোকপ্ৰদৰ্শন তথা অহংকাৰ আদিৰ দৰে ৰোগৰ পৰা পৱিত্ৰ ৰখাৰ গুৰুত্ব। info

• تعليق المسؤولية عن الضلال على المضلين لا تنفع الضالين.
বিভ্ৰান্ত কৰাৰ দোষ পথভ্ৰষ্টকাৰীসকলৰ কান্ধত জাপি দিয়াটো পথভ্ৰষ্টসকলৰ বাবে কেতিয়াও উপকাৰী হ'ব নোৱাৰে। info

• التكذيب برسول الله تكذيب بجميع الرسل.
আল্লাহৰ যিকোনো এজন ৰাছুলক অস্বীকাৰ কৰাটোৱে গোটেই ৰাছুলসকলক অস্বীকাৰ কৰা বুজায়। info

• حُسن التخلص في قصة إبراهيم من الاستطراد في ذكر القيامة ثم الرجوع إلى خاتمة القصة.
ইব্ৰাহীম আলাইহিচ্ছালামৰ ঘটনা বৰ্ণনা কৰাৰ পিছত কিয়ামতৰ বিষয়ে বৰ্ণনা কৰি, পুনৰ ঘটনালৈ উভতি অহাটো সুন্দৰ সমাপ্তি হৈছে। info