Alkʋrãɑn wɑgellã mɑɑnɑ wã lebgre - Alkʋrãan wagellã tafsɩɩrã sẽn kʋʋg koεεga, b sẽn lebg ne Asãmiya goamã.

external-link copy
74 : 28

وَیَوْمَ یُنَادِیْهِمْ فَیَقُوْلُ اَیْنَ شُرَكَآءِیَ الَّذِیْنَ كُنْتُمْ تَزْعُمُوْنَ ۟

যিদিনা সিহঁতক সিহঁতৰ সৰ্বোচ্চ পৱিত্ৰ প্ৰতিপালকে এই বুলি মাতিবঃ মোৰ সেই অংশীদাৰবোৰ আজি ক’ত, যিবোৰক তোমালোকে মোৰ বাহিৰে উপাসনা কৰিছিলা। তথা তোমালোকে ধাৰণা কৰিছিলা যে, সেইবোৰ হৈছে মোৰ অংশীদাৰ? info
التفاسير:
Sẽn be Aayar-rãmbã yõod-rãmba seb-neg-kãngã pʋgẽ:
• تعاقب الليل والنهار نعمة من نعم الله يجب شكرها له.
দিন-ৰাতিৰ আৱৰ্তন আল্লাহৰ এটা অন্যতম নিয়ামত। ইয়াৰ বাবে আল্লাহৰ কৃতজ্ঞতা জ্ঞাপন কৰা অনিবাৰ্য। info

• الطغيان كما يكون بالرئاسة والملك يكون بالمال.
নেতৃত্ব, ৰাজত্বৰ লগতে ধন-সম্পদৰ ফলতো অবাধ্যতা প্ৰকাশ পায়। info

• الفرح بَطَرًا معصية يمقتها الله.
আনন্দিত হৈ অহংকাৰ কৰাটো এনেকুৱা পাপ, যাক আল্লাহে ঘৃণা কৰে। info

• ضرورة النصح لمن يُخاف عليه من الفتنة.
যি ব্যক্তিৰ বিষয়ে ফিতনাগ্ৰস্ত হোৱাৰ আশংকা দেখা দিয়ে, সেই ব্যক্তিক উপদেশ দিয়া জৰুৰী। info

• بغض الله للمفسدين في الأرض.
পৃথিৱীত উপদ্ৰৱ সৃষ্টি কৰা লোকসকলৰ সৈতে আল্লাহে শত্ৰুতা পোষণ কৰে। info