Alkʋrãɑn wɑgellã mɑɑnɑ wã lebgre - Alkʋrãan wagellã tafsɩɩrã sẽn kʋʋg koεεga, b sẽn lebg ne Asãmiya goamã.

external-link copy
111 : 3

لَنْ یَّضُرُّوْكُمْ اِلَّاۤ اَذًی ؕ— وَاِنْ یُّقَاتِلُوْكُمْ یُوَلُّوْكُمُ الْاَدْبَارَ ۫— ثُمَّ لَا یُنْصَرُوْنَ ۟

হে মুমিনসকল! সিহঁতে যিমানেই শত্ৰুতা নকৰক কিয়, তোমালোকক অথবা তোমালোকৰ দ্বীনক কোনো ধৰণৰ ক্ষতি কৰিব নোৱাৰিব। সিহঁতে কেৱল মৌখিক ভাৱে তোমালোকৰ ধৰ্মৰ ওপৰত দোষাৰোপ কৰি তথা তোমালোকক উপহাস কৰি তোমালোকক কষ্ট দিব। যদি সিহঁতে তোমালোকৰ লগত যুদ্ধ কৰে তেন্তে সিহঁতে পৰাজিত হৈ দৌৰি পলাব আৰু তোমালোকৰ বিৰুদ্ধে সিহঁতক কোনো সহায় কৰা নহ’ব। info
التفاسير:
Sẽn be Aayar-rãmbã yõod-rãmba seb-neg-kãngã pʋgẽ:
• أعظم ما يميز هذه الأمة وبه كانت خيريتها - بعد الإيمان بالله - الأمر بالمعروف والنهي عن المنكر.
আল্লাহৰ প্ৰতি ঈমানৰ পিছত এই উম্মতৰ আটাইতকৈ ডাঙৰ বৈশিষ্ট্য আৰু এই উম্মতক শ্ৰেষ্ঠতাৰ মৰ্যদা দিয়াৰ গুণটো হৈছেঃ সত্কৰ্মৰ আদেশ আৰু অসত্কৰ্মৰ পৰা নিষেধ কৰা কাৰ্য। info

• قضى الله تعالى بالذل على أهل الكتاب لفسقهم وإعراضهم عن دين الله، وعدم وفائهم بما أُخذ عليهم من العهد.
আল্লাহে আহলে কিতাবক অপমান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে, কিয়নো সিহঁতে পাপকৰ্মত লিপ্ত হৈছে, আৰু আল্লাহৰ দ্বীনৰ পৰা মুখ ঘূৰাই লৈছে লগতে সিহঁতৰ পৰা গ্ৰহণ কৰা অঙ্গীকাৰ ভঙ্গ কৰিছে। info

• أهل الكتاب ليسوا على حال واحدة؛ فمنهم القائم بأمر الله، المتبع لدينه، الواقف عند حدوده، وهؤلاء لهم أعظم الأجر والثواب. وهذا قبل بعثة النبي محمد صلى الله عليه وسلم.
সকলো আহলে কিতাব একে নহয়। সিহঁতৰ মাজৰ কিছুমানে আল্লাহৰ আদেশ পালন কৰে আৰু তেওঁৰ দ্বীনক অনুসৰণ কৰে আৰু তেওঁৰ সীমালঙ্ঘন নকৰে। এনেকুৱা লোকৰ বাবে আছে মহাপুৰষ্কাৰ আৰু মহাপ্ৰতিদান। আৰু এই কথা নবী চাল্লাল্লাহু আলাইহি অছাল্লাম প্ৰেৰিত হোৱাৰ পূৰ্বৰ প্ৰেক্ষাপটত কোৱা হৈছে। info