Alkʋrãɑn wɑgellã mɑɑnɑ wã lebgre - Alkʋrãan wagellã tafsɩɩrã sẽn kʋʋg koεεga, b sẽn lebg ne Asãmiya goamã.

external-link copy
8 : 33

لِّیَسْـَٔلَ الصّٰدِقِیْنَ عَنْ صِدْقِهِمْ ۚ— وَاَعَدَّ لِلْكٰفِرِیْنَ عَذَابًا اَلِیْمًا ۟۠

আল্লাহে নবীসকলৰ পৰা এই দৃঢ় অঙ্গীকাৰ লোৱাৰ কাৰণ হৈছে, যাতে তেওঁ কাফিৰসকলক অপমান কৰিবলৈ সত্যবাদী নবীসকলক তেওঁলোকৰ সত্যতা সম্পৰ্কে প্ৰশ্ন কৰিব পাৰে। আল্লাহ আৰু তেওঁৰ ৰাছুলক অস্বীকাৰ কৰা লোকসকলৰ বাবে আল্লাহে কিয়ামতৰ দিনা প্ৰস্তুত কৰি ৰাখিছে কষ্টদায়ক শাস্তি, অৰ্থাৎ জাহান্নামৰ অগ্নি। info
التفاسير: |
Sẽn be Aayar-rãmbã yõod-rãmba seb-neg-kãngã pʋgẽ:
• منزلة أولي العزم من الرسل.
দৃঢ়প্ৰতিজ্ঞ ৰাছুলসকলৰ মৰ্যাদা অতি উচ্চ। info

• تأييد الله لعباده المؤمنين عند نزول الشدائد.
কঠিন পৰিস্থিতিত আল্লাহে তেওঁৰ মুমিন বান্দাসকলক সহায় কৰে। info

• خذلان المنافقين للمؤمنين في المحن.
বিপদৰ সময়ত মুনাফিকসকলে মুমিনসকলৰ সঙ্গ ত্যাগ কৰে। info