Alkʋrãɑn wɑgellã mɑɑnɑ wã lebgre - Alkʋrãan wagellã tafsɩɩrã sẽn kʋʋg koεεga, b sẽn lebg ne Asãmiya goamã.

external-link copy
37 : 36

وَاٰیَةٌ لَّهُمُ الَّیْلُ ۖۚ— نَسْلَخُ مِنْهُ النَّهَارَ فَاِذَا هُمْ مُّظْلِمُوْنَ ۟ۙ

মানুহৰ বাবে আল্লাহৰ তাওহীদৰ এইটোও এটা প্ৰমাণ যে, দিনৰ প্ৰস্থান আৰু ৰাতিৰ আগমণৰ সময়ত আমি যেতিয়া ৰাতিৰ পৰা দিনক টানি নিওঁ, তেতিয়া আমিয়েই পোহৰ গুচাই অন্ধকাৰ লৈ আহোঁ, তেতিয়া হঠাৎ মানুহে ৰাতিৰ অন্ধকাৰত প্ৰৱেশ কৰে। info
التفاسير: |
Sẽn be Aayar-rãmbã yõod-rãmba seb-neg-kãngã pʋgẽ:
• ما أهون الخلق على الله إذا عصوه، وما أكرمهم عليه إن أطاعوه.
বান্দাই যদি আল্লাহৰ অবাধ্যতা কৰে তেন্তে আল্লাহৰ দৃষ্টিত বান্দা তুচ্ছ হৈ পৰে। আনহাতে যদি তেওঁৰ আনুগত্য কৰে তেন্তে তেওঁৰ দৃষ্টিত সন্মানিত হৈ পৰে। info

• من الأدلة على البعث إحياء الأرض الهامدة بالنبات الأخضر، وإخراج الحَبِّ منه.
আখিৰাতৰ জীৱনৰ অন্যতম এটা প্ৰমাণ হৈছে মৃত ভূমিক জীৱিত কৰি তাত সেউজীয়া উদ্ভিদ সৃষ্টি কৰা, তথা সেইবোৰৰ পৰা শস্য আদি উৎপন্ন কৰা। info

• من أدلة التوحيد: خلق المخلوقات في السماء والأرض وتسييرها بقدر.
আকাশ আৰু পৃথিৱীত মখলুক সৃষ্টি কৰা তথা সেইবোৰক সুচাৰুৰূপে নিয়ন্ত্ৰণ কৰা আদি, এই সকলোবোৰ হৈছে তাওহীদৰ প্ৰমাণ। info