Alkʋrãɑn wɑgellã mɑɑnɑ wã lebgre - Alkʋrãan wagellã tafsɩɩrã sẽn kʋʋg koεεga, b sẽn lebg ne Asãmiya goamã.

external-link copy
70 : 36

لِّیُنْذِرَ مَنْ كَانَ حَیًّا وَّیَحِقَّ الْقَوْلُ عَلَی الْكٰفِرِیْنَ ۟

যাতে সেই ব্যক্তিক সতৰ্ক কৰিব পাৰে যাৰ অন্তৰ জীৱিত আৰু বিবেক আলোকিত। কিয়নো এনেকুৱা ব্যক্তিয়েই কোৰআনৰ দ্বাৰা উপকৃত হয়। আনহাতে কাফিৰ ব্যক্তিৰ ওপৰত শাস্তি অনিবাৰ্য হয়, কিয়নো সিহঁতৰ ওচৰত প্ৰমাণ অৱতীৰ্ণ কৰা হৈছে তথা দাৱাত পৌঁচাই দিয়া হৈছে। গতিকে সিহঁতৰ ফালৰ পৰা অজুহাত উপস্থাপন কৰাৰ কোনো অৱকাশ নাথাকিব। info
التفاسير: |
Sẽn be Aayar-rãmbã yõod-rãmba seb-neg-kãngã pʋgẽ:
• في يوم القيامة يتجلى لأهل الإيمان من رحمة ربهم ما لا يخطر على بالهم.
কিয়ামতৰ দিনা মুমিনসকলৰ বাবে আল্লাহৰ এনেকুৱা এনেকুৱা ৰহমত প্ৰকাশ পাব, যিবোৰ তেওঁলোকে কেতিয়াও ভৱাই নাছিল। info

• أهل الجنة مسرورون بكل ما تهواه النفوس وتلذه العيون ويتمناه المتمنون.
জান্নাতীসকলে নিজৰ মন পছন্দৰ বস্তুবোৰ পাই বহুত আনন্দিত হ’ব। যিবোৰ অত্যন্ত মনোমোহা, তথা সেইবোৰ হৈছে আশা কৰা ব্যক্তিসকলৰ চাহিদাৰ বস্তু। info

• ذو القلب هو الذي يزكو بالقرآن، ويزداد من العلم منه والعمل.
প্ৰকৃত বিবেকৱান হৈছে সেই ব্যক্তি, যিয়ে কোৰআনৰ দ্বাৰা নিজকে পৰিশুদ্ধ কৰে। লগতে ইয়াৰ দ্বাৰা জ্ঞান বৃদ্ধি কৰে আৰু সেইমতে আমল কৰে। info

• أعضاء الإنسان تشهد عليه يوم القيامة.
কিয়ামতৰ দিনা মানুহৰ অংগ প্ৰত্যংগই মানুহৰ বিৰুদ্ধে সাক্ষ্য প্ৰদান কৰিব। info