Alkʋrãɑn wɑgellã mɑɑnɑ wã lebgre - Alkʋrãan wagellã tafsɩɩrã sẽn kʋʋg koεεga, b sẽn lebg ne Asãmiya goamã.

external-link copy
172 : 37

اِنَّهُمْ لَهُمُ الْمَنْصُوْرُوْنَ ۪۟

১৭১-১৭৩-আমাৰ ৰাছুলসকলৰ বিষয়ে আমাৰ এই কথা পূৰ্বেই নিৰ্ধাৰিত হৈছে যে, তেওঁলোকেই নিজৰ শত্ৰুৰ বিৰুদ্ধে জয় লাভ কৰিব। আল্লাহৰ পথত যুদ্ধ কৰা আমাৰ সেনাবাহিনীয়েই জয়যুক্ত হ’ব, যাতে আল্লাহৰ বাণী সদায় উচ্চতাত থাকে। info
التفاسير:
Sẽn be Aayar-rãmbã yõod-rãmba seb-neg-kãngã pʋgẽ:
• سُنَّة الله نصر المرسلين وورثتهم بالحجة والغلبة، وفي الآيات بشارة عظيمة؛ لمن اتصف بأنه من جند الله، أنه غالب منصور.
প্ৰমাণ আৰু বিজয় আদিৰ দ্বাৰা ৰাছুলসকলক সহায় কৰাটো পূৰ্বৰে পৰা চলি অহা আল্লাহৰ এটা নিৰ্ধাৰিত নিয়ম। উক্ত আয়াতত সেই ব্যক্তিৰ বাবে আছে মহা সুসংবাদ, যিয়ে আল্লাহৰ সেনা হৈ কাম কৰে। তেওঁ সদায় বিজয়প্ৰাপ্ত আৰু সহায়প্ৰাপ্ত থাকিব। info

• في الآيات دليل على بيان عجز المشركين وعجز آلهتهم عن إضلال أحد، وبشارة لعباد الله المخلصين بأن الله بقدرته ينجيهم من إضلال الضالين المضلين.
উক্ত আয়াতবোৰত এই কথা প্ৰমাণিত হৈছে যে, মুশ্বৰিকসকল আৰু সিহঁতৰ উপাস্যবোৰ হৈছে বিৱশ, সিহঁতে কাকো পথভ্ৰষ্ট কৰিব নোৱাৰে। লগতে আল্লাহৰ নিষ্ঠাৱান বান্দাসকলক এই সুসংবাদ দিয়া হৈছে যে, আল্লাহে তেওঁলোকক বিভ্ৰান্তিৰ পৰা আৰু বিভ্ৰান্তকাৰীৰ বিভ্ৰান্তিৰ পৰা সুৰক্ষিত ৰাখিব। info