Alkʋrãɑn wɑgellã mɑɑnɑ wã lebgre - Alkʋrãan wagellã tafsɩɩrã sẽn kʋʋg koεεga, b sẽn lebg ne Asãmiya goamã.

external-link copy
39 : 38

هٰذَا عَطَآؤُنَا فَامْنُنْ اَوْ اَمْسِكْ بِغَیْرِ حِسَابٍ ۟

হে ছুলাইমান! এইবোৰ হৈছে আমাৰ দান, আপোনাৰ প্ৰাৰ্থনা কবূল কৰি যিবোৰ আমি আপোনাক দান কৰিছোঁ। এতেকে এতিয়া আপোনাৰ ইচ্ছা, আপুনি যাক ইচ্ছা কৰে দিব পাৰে, আৰু যাক ইচ্ছা কৰে বঞ্চিত কৰিব পাৰে। এই বিষয়ে আপোনাক কোনো জবাবদিহি কৰা নহ’ব। info
التفاسير: |
Sẽn be Aayar-rãmbã yõod-rãmba seb-neg-kãngã pʋgẽ:
• الحث على تدبر القرآن.
কোৰআনৰ বাণীকলৈ গৱেষণা কৰাৰ প্ৰেৰণা। info

• في الآيات دليل على أنه بحسب سلامة القلب وفطنة الإنسان يحصل له التذكر والانتفاع بالقرآن الكريم.
উক্ত আয়াতবোৰত এই প্ৰমাণ পোৱা গ’ল যে, মানুহৰ অন্তৰ যিমানেই স্বচ্ছ হ’ব আৰু তাৰ বিবেক উজ্জ্বল হ’ব, সি কোৰআনৰ দ্বাৰা সিমানেই উপদেশ গ্ৰহণ কৰিব তথা উপকৃত হ’ব। info

• في الآيات دليل على صحة القاعدة المشهورة: «من ترك شيئًا لله عوَّضه الله خيرًا منه».
উক্ত আয়াতবোৰত এটা বিখ্যাত নিয়মৰ শুদ্ধতাৰ প্ৰমাণ পোৱা যায়, সেইটো হৈছে এই যে, “যিয়ে আল্লাহৰ উদ্দেশ্যে কোনো বস্তু পৰিত্যাগ কৰিব, আল্লাহে তাক ইয়াৰ পৰিবৰ্তে ইয়াতকৈও উত্তম বস্তু দান কৰিব”। info