Alkʋrãɑn wɑgellã mɑɑnɑ wã lebgre - Alkʋrãan wagellã tafsɩɩrã sẽn kʋʋg koεεga, b sẽn lebg ne Asãmiya goamã.

external-link copy
47 : 38

وَاِنَّهُمْ عِنْدَنَا لَمِنَ الْمُصْطَفَیْنَ الْاَخْیَارِ ۟ؕ

নিশ্চয় তেওঁলোক আছিল আমাৰ সেই বান্দাসকলৰ অন্তৰ্ভুক্ত, যিসকলক আমি আমাৰ আনুগত্য আৰু ইবাদতৰ বাবে নিৰ্বাচিত কৰিছিলোঁ। লগতে আমি তেওঁলোকক মনোনীত কৰিছিলোঁ আমাৰ ৰিছালতৰ দায়িত্বভাৰ গ্ৰহণ কৰিবলৈ আৰু সেইটো প্ৰচাৰ কৰিবলৈ। info
التفاسير:
Sẽn be Aayar-rãmbã yõod-rãmba seb-neg-kãngã pʋgẽ:
• من صبر على الضر فالله تعالى يثيبه ثوابًا عاجلًا وآجلًا، ويستجيب دعاءه إذا دعاه.
বিপদৰ সময়ত যিয়ে ধৈৰ্য্য ধাৰণ কৰিব, আল্লাহে তাক পৃথিৱী আৰু আখিৰাত দুয়ো ঠাইতে ছোৱাব প্ৰদান কৰিব। তেওঁ আল্লাহৰ ওচৰত যেতিয়াই প্ৰাৰ্থনা কৰিব তেতিয়াই তেওঁৰ প্ৰাৰ্থনা কবূল কৰিব। info

• في الآيات دليل على أن للزوج أن يضرب امرأته تأديبًا ضربًا غير مبرح؛ فأيوب عليه السلام حلف على ضرب امرأته ففعل.
উক্ত আয়াতত প্ৰমাণ পোৱা গ'ল যে, স্বামীয়ে স্ত্ৰীক সংশোধনমূলক মৃদু প্ৰহাৰ কৰিব পাৰে। যিহেতু আয়্যুব আলাইহিচ্ছালামে তেওঁৰ স্ত্ৰীক প্ৰহাৰ কৰাৰ শপত খাই, সেই শপত পূৰণ কৰিছিল। info