Alkʋrãɑn wɑgellã mɑɑnɑ wã lebgre - Alkʋrãan wagellã tafsɩɩrã sẽn kʋʋg koεεga, b sẽn lebg ne Asãmiya goamã.

external-link copy
57 : 39

اَوْ تَقُوْلَ لَوْ اَنَّ اللّٰهَ هَدٰىنِیْ لَكُنْتُ مِنَ الْمُتَّقِیْنَ ۟ۙ

অথবা ভাগ্যক জগৰীয়া কৰি যাতে ক’বলগীয়া নহয় যে, যদি আল্লাহে মোক তাওফীক দিলেহেঁতেন তেন্তে ময়ো মুত্ত্বাক্বীসকলৰ অন্তৰ্ভুক্ত হ’লোহেঁতেন। তেওঁৰ আদেশ পালন কৰিলোহেঁতেন আৰু তেওঁৰ নিষেধকৃত বস্তুবোৰৰ পৰা বিৰত থাকিলোহেঁতেন। info
التفاسير: |
Sẽn be Aayar-rãmbã yõod-rãmba seb-neg-kãngã pʋgẽ:
• الكِبْر خلق ذميم مشؤوم يمنع من الوصول إلى الحق.
অহংকাৰ হৈছে এটা নিকৃষ্ট ব্যাধি, যিয়ে মানুহক সত্যৰ পৰা আঁতৰাই ৰাখে। info

• سواد الوجوه يوم القيامة علامة شقاء أصحابها.
কিয়ামতৰ দিনা মুখমণ্ডল ক’লা পৰাটোৱে প্ৰমাণ কৰিব যে, ব্যক্তিজন দুৰ্ভগীয়া। info

• الشرك محبط لكل الأعمال الصالحة.
শ্বিৰ্ক গুনাহে মানুহৰ সকলো সৎকৰ্ম বিনষ্ট কৰি দিয়ে। info

• ثبوت القبضة واليمين لله سبحانه دون تشبيه ولا تمثيل.
আল্লাহৰ ‘মুঠি’ আৰু ‘সোঁহাতৰ’ প্ৰমাণ পোৱা গ’ল। কিন্তু ইয়াৰ কোনো সাদৃশ্য তথা উদাহৰণ নাই। info