Alkʋrãɑn wɑgellã mɑɑnɑ wã lebgre - Alkʋrãan wagellã tafsɩɩrã sẽn kʋʋg koεεga, b sẽn lebg ne Asãmiya goamã.

external-link copy
44 : 4

اَلَمْ تَرَ اِلَی الَّذِیْنَ اُوْتُوْا نَصِیْبًا مِّنَ الْكِتٰبِ یَشْتَرُوْنَ الضَّلٰلَةَ وَیُرِیْدُوْنَ اَنْ تَضِلُّوا السَّبِیْلَ ۟ؕ

হে ৰাছুল! আপুনি ইয়াহুদীসকলৰ অৱস্থা সম্পৰ্কে অৱগত নহয় নেকি, যিসকলক আল্লাহে তাওৰাতৰ জ্ঞানৰ কিছু অংশ প্ৰদান কৰিছিল, সিহঁতে হিদায়তৰ পৰিবৰ্তে ভ্ৰষ্টতা ক্ৰয় কৰি আছে? হে মুমিনসকল! সিহঁতে তোমালোকক ৰাছুলে দেখুৱাই দিয়া পোন পথৰ পৰা বিভ্ৰান্ত কৰি বিচাৰে, যাতে তোমালোকেও সিহঁতৰ বক্ৰ পথত পৰিচালিত হোৱা। info
التفاسير:
Sẽn be Aayar-rãmbã yõod-rãmba seb-neg-kãngã pʋgẽ:
• من كمال عدله تعالى وتمام رحمته أنه لا يظلم عباده شيئًا مهما كان قليلًا، ويتفضل عليهم بمضاعفة حسناتهم.
আল্লাহৰ পূৰ্ণ ন্যায়পৰায়ণতা আৰু তেওঁৰ অসীম কৃপাৰ এটা নিদৰ্শন এই যে, তেওঁ বান্দাৰ প্ৰতি অকণো অন্যায় নকৰে, বৰং নিজ অনুগ্ৰহত সিহঁতৰ নেকীসমূহক কেইবা গুণ বৃদ্ধি কৰি দিয়ে। info

• من شدة هول يوم القيامة وعظم ما ينتظر الكافر يتمنى أن يكون ترابًا.
ক্বিয়ামত দিৱসৰ অৱস্থা ইমান ভয়াৱহ হব আৰু কাফিৰসকলে শাস্তিৰ পৰা ইমান ভয় কৰিব যে, সিহঁতে মাটিত মিহলি হৈ যাবলৈ ইচ্ছা প্ৰকাশ কৰিব। info

• الجنابة تمنع من الصلاة والبقاء في المسجد، ولا بأس من المرور به دون مُكْث فيه.
জুনুবী অৱস্থাত ছালাত আদায় কৰা তথা মছজিদত অৱস্থান কৰা নিষিদ্ধ, আনহাতে অৱস্থান নকৰাকৈ পাৰ হৈ যোৱাত কোনো অসুবিধা নাই। info

• تيسير الله على عباده بمشروعية التيمم عند فقد الماء أو عدم القدرة على استعماله.
পানী নোপোৱা অৱস্থাত তথা পানী ব্যৱহাৰ কৰিবলৈ সামৰ্থ নথকা অৱস্থাত আল্লাহে তায়াম্মুম কৰাৰ অনুমতি প্ৰদান কৰি তেওঁৰ বান্দাসকলৰ বাবে সহজ কৰি দিছে। info