Alkʋrãɑn wɑgellã mɑɑnɑ wã lebgre - Alkʋrãan wagellã tafsɩɩrã sẽn kʋʋg koεεga, b sẽn lebg ne Asãmiya goamã.

external-link copy
68 : 4

وَّلَهَدَیْنٰهُمْ صِرَاطًا مُّسْتَقِیْمًا ۟

যদি আমি সিহঁতক এই আদেশ দিলোহেঁতেন যে, পৰস্পৰে পৰস্পৰক হত্যা কৰা অথবা নিজৰ ঘৰৰ পৰা ওলাই য়োৱা, তেন্তে সিহঁতৰ মাজৰ কিছু সংখ্যক লোকৰ বাহিৰে আন কোনেও আমাৰ এই আদেশ নামানিলেহেঁতেন। সিহঁতে আল্লাহৰ কৃতজ্ঞতা জ্ঞাপন কৰা উচিত যে, তেওঁ এনেকুৱা কোনো কৰ্মৰ আদেশ দিয়া নাই, যাৰ ওপৰত আমল কৰা কঠিন। আনহাতে সিহঁতক আনুগত্যৰ প্ৰতি যি উপদেশ দিয়া হয়, তাৰ ওপৰত যদি সিহঁতে আমল কৰিলেহেঁতেন তেন্তে এয়া বিৰোধিতাতকৈ উত্তম হলেহেঁতেন। ফলত সিহঁতৰ ঈমান অধিক মজবুত হলেহেঁতেন আৰু আমি নিজৰ ফালৰ পৰা সিহঁতক বৰ ডাঙৰ ছোৱাব প্ৰদান কৰিলোহেঁতেন লগতে আল্লাহ তথা তেওঁৰ জান্নাতৰ পিনে লৈ যোৱা পথত পৰিচালিত হোৱাৰ তাওফীক প্ৰদান কৰিলোহেঁতেন। info
التفاسير:
Sẽn be Aayar-rãmbã yõod-rãmba seb-neg-kãngã pʋgẽ:
• فعل الطاعات من أهم أسباب الثبات على الدين.
সৎকৰ্ম কৰা দ্বীনৰ ওপৰত অবিচল থকাৰ অন্যতম উপায়। info

• أخذ الحيطة والحذر باتخاذ جميع الأسباب المعينة على قتال العدو، لا بالقعود والتخاذل.
সাৱধান আৰু সচেতন থকাৰ অৰ্থ হৈছে, শত্ৰুৰ লগত যুদ্ধ কৰাৰ আহিলা প্ৰস্তুত কৰি ৰখা। যুদ্ধৰ পৰা আঁতৰি থকা বা পলায়ন কৰা নহয়। info

• الحذر من التباطؤ عن الجهاد وتثبيط الناس عنه؛ لأن الجهاد أعظم أسباب عزة المسلمين ومنع تسلط العدو عليهم.
জিহাদৰ পৰা পিছুৱাই থকা আৰু মানুহক ইয়াৰ পৰা বাধা প্ৰদানৰ প্ৰবৃত্তিৰ পৰা সাৱধান কৰা। কিয়নো জিহাদ মুছলিমৰ সন্মান প্ৰতিষ্ঠা আৰু শত্ৰুৰ শক্তি দমনৰ ডাঙৰ উপায়। info