Alkʋrãɑn wɑgellã mɑɑnɑ wã lebgre - Alkʋrãan wagellã tafsɩɩrã sẽn kʋʋg koεεga, b sẽn lebg ne Asãmiya goamã.

external-link copy
98 : 4

اِلَّا الْمُسْتَضْعَفِیْنَ مِنَ الرِّجَالِ وَالنِّسَآءِ وَالْوِلْدَانِ لَا یَسْتَطِیْعُوْنَ حِیْلَةً وَّلَا یَهْتَدُوْنَ سَبِیْلًا ۟ۙ

কিন্তু শাস্তিৰ এই ধমকৰ ভিতৰত সেই সকল দুৰ্বল আৰু নিঃসহায় পুৰুষ, মহিলা আৰু শিশু অন্তৰ্ভুক্ত নহয়, যিসকলৰ ওচৰত অন্যায় অত্যাচাৰৰ পৰা ৰক্ষা পোৱাৰ কোনো উপায় নাছিল আৰু ইয়াৰ পৰা মুক্তি পোৱাৰো কোনো পথ নাছিল। এনেকুৱা লোকক আল্লাহে নিজ ৰহমতেৰে ক্ষমা কৰিব। নিশ্চয় আল্লাহে তেওঁৰ বান্দাসকলক মাৰ্জনা কৰে আৰু তাওবাকাৰী সকলক ক্ষমা কৰে। info
التفاسير: |
Sẽn be Aayar-rãmbã yõod-rãmba seb-neg-kãngã pʋgẽ:
• فضل الجهاد في سبيل الله وعظم أجر المجاهدين، وأن الله وعدهم منازل عالية في الجنة لا يبلغها غيرهم.
আল্লাহৰ পথত জিহাদ কৰাৰ ফজিলত আৰু মুজাহিদসকলৰ মহান প্ৰতিদান। আল্লাহে তেওঁলোকৰ বাবে জান্নাতত এনেকুৱা উচ্চ স্থানৰ প্ৰতিশ্ৰুতি দিছে যিটো আন কোনেও নাপাব। info

• أصحاب الأعذار يسقط عنهم فرض الجهاد مع ما لهم من أجر إن حسنت نيتهم.
উচিত কাৰণবশতঃ যিসকলে জিহাদত চামিল হব নোৱাৰে তেওঁলোকৰ ওপৰত জিহাদ অনিবাৰ্য নহয়। লগতে যদি তেওঁলোকৰ নিয়ত ঠিক থাকে তেন্তে তেওঁলোকেও ছোৱাব পাব। info

• فضل الهجرة إلى بلاد الإسلام، ووجوبها على القادر إن كان يخشى على دينه في بلده.
ইছলামী ৰাষ্ট্ৰলৈ হিজৰত কৰাৰ ফজিলত। নিজ দেশত যদি দ্বীন পালন কৰাত আশংকা হয় তেন্তে সামৰ্থৱান ব্যক্তিৰ ওপৰত হিজৰত কৰা অনিবাৰ্য। info

• مشروعية قصر الصلاة في حال السفر.
ভ্ৰমণ অৱস্থাত ছালাত কচৰ কৰাৰ বৈধতা। info