Alkʋrãɑn wɑgellã mɑɑnɑ wã lebgre - Alkʋrãan wagellã tafsɩɩrã sẽn kʋʋg koεεga, b sẽn lebg ne Asãmiya goamã.

external-link copy
5 : 41

وَقَالُوْا قُلُوْبُنَا فِیْۤ اَكِنَّةٍ مِّمَّا تَدْعُوْنَاۤ اِلَیْهِ وَفِیْۤ اٰذَانِنَا وَقْرٌ وَّمِنْ بَیْنِنَا وَبَیْنِكَ حِجَابٌ فَاعْمَلْ اِنَّنَا عٰمِلُوْنَ ۟

তথা সিহঁতে কয়ঃ আমাৰ অন্তৰসমূহৰ ওপৰত আৱৰণ পৰি আছে, সেয়ে আপুনি যি বিষয়ৰ পিনে আমাক আহ্বান কৰি আছে, আমাৰ অন্তৰসমূহে সেইটো বুজি পোৱা নাই। লগতে আমাৰ কাণত আছে বধিৰতা, সেইকাৰণেই আপোনাৰ কথা শুনা নাপায়। আনকি আপোনাৰ আৰু আমাৰ মাজত আছে এটা অন্তৰায়, যাৰ ফলত আপোনাৰ কোনো কথাই আমালৈ ঢুকি নাপায়। গতিকে আপুনি আপোনাৰ মতে কাম কৰক, আমি আমাৰ মতে কাম কৰি যাম। আমি কেতিয়াও আপোনাৰ অনুসৰণ নকৰোঁ। info
التفاسير: |
Sẽn be Aayar-rãmbã yõod-rãmba seb-neg-kãngã pʋgẽ:
• تعطيل الكافرين لوسائل الهداية عندهم يعني بقاءهم على الكفر.
কাফিৰসকলে হিদায়তৰ মাধ্যমবোৰৰ দ্বাৰা উপকৃত নহয়, অৰ্থাৎ কুফৰৰ ওপৰত অৱস্থান কৰাকে সিহঁতে পছন্দ কৰে। info

• بيان منزلة الزكاة، وأنها ركن من أركان الإسلام.
যাকাতৰ গুৰুত্বৰ বৰ্ণনা, ই ইছলামৰ এটা অন্যতম স্তম্ভ। info

• استسلام الكون لله وانقياده لأمره سبحانه بكل ما فيه.
গোটেই বিশ্বজগত আল্লাহৰ আনুগত্যশীল, আৰু ইয়াত থকা সকলোৱে তেওঁৰ আদেশ মানিবলৈ বাধ্য। info