Alkʋrãɑn wɑgellã mɑɑnɑ wã lebgre - Alkʋrãan wagellã tafsɩɩrã sẽn kʋʋg koεεga, b sẽn lebg ne Asãmiya goamã.

external-link copy
38 : 43

حَتّٰۤی اِذَا جَآءَنَا قَالَ یٰلَیْتَ بَیْنِیْ وَبَیْنَكَ بُعْدَ الْمَشْرِقَیْنِ فَبِئْسَ الْقَرِیْنُ ۟

আল্লাহৰ স্মৰণৰ পৰা বিমুখ হোৱা এই ব্যক্তি যেতিয়া কিয়ামতৰ দিনা আমাৰ ওচৰলৈ আহি উপস্থিত হ’ব, তেতিয়া আফচোচ কৰি ক’বঃ হায়! হে সঙ্গী! তোমাৰ আৰু মোৰ মাজত যদি পূৱ আৰু পশ্চিমৰ দৰে দূৰত্ব হ’লহেঁতেন। তুমি মোৰ কিমান বেয়া সঙ্গী আছিলা! info
التفاسير: |
Sẽn be Aayar-rãmbã yõod-rãmba seb-neg-kãngã pʋgẽ:
• خطر الإعراض عن القرآن.
কোৰআনৰ পৰা বিমুখ হোৱাৰ ক্ষতি। info

• القرآن شرف لرسول الله صلى الله عليه وسلم ولأمته.
কোৰআন হৈছে ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লাম আৰু তেওঁৰ উম্মতৰ বাবে সন্মান। info

• اتفاق الرسالات كلها على نبذ الشرك.
সকলো নবীয়েই মানুহক শ্বিৰ্কৰ পৰা বিৰত থকাৰ আহ্বান কৰিছিল। info

• السخرية من الحق صفة من صفات الكفر.
সত্যক উপহাস কৰা কাফিৰসকলৰ অন্যতম এটা বিশেষণ। info