Alkʋrãɑn wɑgellã mɑɑnɑ wã lebgre - Alkʋrãan wagellã tafsɩɩrã sẽn kʋʋg koεεga, b sẽn lebg ne Asãmiya goamã.

external-link copy
87 : 43

وَلَىِٕنْ سَاَلْتَهُمْ مَّنْ خَلَقَهُمْ لَیَقُوْلُنَّ اللّٰهُ فَاَنّٰی یُؤْفَكُوْنَ ۟ۙ

যদি আপুনি সিহঁতক সোধে যে, সিহঁতক কোনে সৃষ্টি কৰিছে? তেতিয়া নিশ্চয় সিহঁতে ক’বঃ আল্লাহেই আমাক সৃষ্টি কৰিছে। এই স্বীকাৰোক্তিৰ পিছতো সিহঁতে আল্লাহৰ ইবাদতৰ পৰা কেনেকৈ বিমুখ হয়? info
التفاسير:
Sẽn be Aayar-rãmbã yõod-rãmba seb-neg-kãngã pʋgẽ:
• كراهة الحق خطر عظيم.
সত্যক অপছন্দ কৰা মহাক্ষতিকৰ। info

• مكر الكافرين يعود عليهم ولو بعد حين.
কাফিৰসকলৰ চক্ৰান্তই পলমকৈ হ’লেও সিহঁতকেই ক্ষতি কৰিব। info

• كلما ازداد علم العبد بربه، ازداد ثقة بربه وتسليمًا لشرعه.
ক্ৰমান্বয়ে বান্দাই যিদৰে আল্লাহ সম্পৰ্কে জ্ঞান আহৰণ কৰিব, ঠিক সেই অনুপাতে তেওঁৰ ওপৰত ভৰসা আৰু তেওঁৰ চৰীয়ত পালনৰ আগ্ৰহ জাগিব। info

• اختصاص الله بعلم وقت الساعة.
কিয়ামতৰ সঠিক জ্ঞান একমাত্ৰ আল্লাহৰ ওচৰতেই আছে। info