Alkʋrãɑn wɑgellã mɑɑnɑ wã lebgre - Alkʋrãan wagellã tafsɩɩrã sẽn kʋʋg koεεga, b sẽn lebg ne Asãmiya goamã.

external-link copy
7 : 48

وَلِلّٰهِ جُنُوْدُ السَّمٰوٰتِ وَالْاَرْضِ ؕ— وَكَانَ اللّٰهُ عَزِیْزًا حَكِیْمًا ۟

আকাশমণ্ডল আৰু পৃথিৱীৰ সকলো সেনাবাহিনী একমাত্ৰ আল্লাহৰ অধীনস্থ। তেওঁ বান্দাসকলৰ মাজৰ পৰা যাক ইচ্ছা কৰে তাকেই সেইবোৰৰ দ্বাৰা সমৰ্থন কৰে। আল্লাহ মহাপৰাক্ৰমশালী, তেওঁক কোনেও পৰাজিত কৰিব নোৱাৰে। তেওঁ সৃষ্টি কৰাৰ ক্ষেত্ৰত, নিয়ন্ত্ৰণৰ ক্ষেত্ৰত আৰু পৰিচালনাৰ ক্ষেত্ৰত মহাপ্ৰজ্ঞাৱান। info
التفاسير: |
Sẽn be Aayar-rãmbã yõod-rãmba seb-neg-kãngã pʋgẽ:
• صلح الحديبية بداية فتح عظيم على الإسلام والمسلمين.
হুদাইবিয়াৰ সন্ধি দৰাচলতে ইছলাম আৰু মুছলমানৰ বাবে মহা বিজয়ৰ শুভৰাম্ভণি আছিল। info

• السكينة أثر من آثار الإيمان تبعث على الطمأنينة والثبات.
প্ৰশান্তি হৈছে ঈমানৰ প্ৰভাৱ, ইয়াৰ ফলত মানুহে শান্তি আৰু দৃঢ়তা লাভ কৰে। info

• خطر ظن السوء بالله، فإن الله يعامل الناس حسب ظنهم به سبحانه.
আল্লাহৰ প্ৰতি বেয়া ধাৰণা পোষণ কৰাৰ ভয়াৱহতা। কাৰণ আল্লাহে মানুহৰ সৈতে সেই আচৰণেই কৰে যিটো সিহঁতে আল্লাহৰ বিষয়ে পোষণ কৰে। info

• وجوب تعظيم وتوقير رسول الله صلى الله عليه وسلم.
ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামক সন্মান তথা সমাদৰ কৰা অনিবাৰ্য। info