Alkʋrãɑn wɑgellã mɑɑnɑ wã lebgre - Alkʋrãan wagellã tafsɩɩrã sẽn kʋʋg koεεga, b sẽn lebg ne Asãmiya goamã.

external-link copy
50 : 51

فَفِرُّوْۤا اِلَی اللّٰهِ ؕ— اِنِّیْ لَكُمْ مِّنْهُ نَذِیْرٌ مُّبِیْنٌ ۟ۚ

গতিকে তোমালোকে আল্লাহৰ শাস্তিৰ পৰা আঁতৰি তেওঁৰ ছোৱাবৰ প্ৰতি অগ্ৰসৰ হোৱা আৰু গুনাহৰ পৰা বিৰত থাকি তেওঁৰ আনুগত্যৰ পিনে ঢপলিয়াই আহা। হে মানৱজাতি! নিশ্চয় মই তোমালোকক তেওঁৰ শাস্তিৰ পৰা স্পষ্টৰূপে সতৰ্ক কৰিবলৈ আহিছোঁ। info
التفاسير: |
Sẽn be Aayar-rãmbã yõod-rãmba seb-neg-kãngã pʋgẽ:
• الإيمان أعلى درجة من الإسلام.
ইছলামতকৈ ঈমানৰ মৰ্যাদা অধিক। info

• إهلاك الله للأمم المكذبة درس للناس جميعًا.
অস্বীকাৰকাৰী উম্মতবোৰক আল্লাহে ধ্বংস কৰা বিষয়টো হৈছে গোটেই মানৱজাতিৰ বাবে এটা শিক্ষা। info

• الخوف من الله يقتضي الفرار إليه سبحانه بالعمل الصالح، وليس الفرار منه.
আল্লাহক ভয় কৰাৰ অৰ্থ হৈছে, তেওঁৰ পিনে অগ্ৰসৰ হৈ সৎকৰ্ম কৰা, তেওঁৰ পৰা আঁতৰি যোৱা নহয়। info