Alkʋrãɑn wɑgellã mɑɑnɑ wã lebgre - Alkʋrãan wagellã tafsɩɩrã sẽn kʋʋg koεεga, b sẽn lebg ne Asãmiya goamã.

external-link copy
55 : 51

وَّذَكِّرْ فَاِنَّ الذِّكْرٰی تَنْفَعُ الْمُؤْمِنِیْنَ ۟

সিহঁতক আওকাণ কৰাৰ এইটো অৰ্থ নহয় যে, সিহঁতক ধৰ্মৰ কোনো কথাই নক’ব অথবা উপদেশ নিদিব, বৰং আপুনি সিহঁতক বুজাই থাকক আৰু উপদেশ দি যাওক। কিয়নো নিশ্চয় উপদেশে আল্লাহৰ প্ৰতি ঈমান পোষণ কৰা লোকসকলক উপকৃত কৰে। info
التفاسير: |
Sẽn be Aayar-rãmbã yõod-rãmba seb-neg-kãngã pʋgẽ:
• الكفر ملة واحدة وإن اختلفت وسائله وتنوع أهله ومكانه وزمانه.
কুফৰৰ এটাই ধৰ্ম, যদিও ইয়াৰ মাধ্যম, চেহেৰা, স্থান আৰু সময় ভিন ভিন। info

• شهادة الله لرسوله صلى الله عليه وسلم بتبليغ الرسالة.
আল্লাহে তেওঁৰ ৰাছুলৰ পক্ষে এই কথাৰ সাক্ষ্য প্ৰদান কৰিছে যে, ৰাছুলে যথাযথভাৱে তেওঁৰ দায়িত্ব পালন কৰিছে। info

• الحكمة من خلق الجن والإنس تحقيق عبادة الله بكل مظاهرها.
জিন আৰু মানৱ সৃষ্টিৰ উদ্দেশ্য হৈছে পৃথিৱীত যাতে সৰ্বাংগীনৰূপে আল্লাহৰ ইবাদত কৰা হয়। info

• سوف تتغير أحوال الكون يوم القيامة.
কিয়ামতৰ দিনা বিশ্বজগতৰ ৰূপ-ৰেখা পৰিবৰ্তন হ’ব। info