Alkʋrãɑn wɑgellã mɑɑnɑ wã lebgre - Alkʋrãan wagellã tafsɩɩrã sẽn kʋʋg koεεga, b sẽn lebg ne Asãmiya goamã.

external-link copy
29 : 52

فَذَكِّرْ فَمَاۤ اَنْتَ بِنِعْمَتِ رَبِّكَ بِكَاهِنٍ وَّلَا مَجْنُوْنٍ ۟ؕ

হে ৰাছুল! আপুনি কোৰআনৰ জৰিয়তে উপদেশ দি থাকক। আল্লাহে আপোনাক যি ঈমান আৰু বিবেক দান কৰিছে, ইয়াৰ ফলত আপুনি কোনো গণকো নহয় যে, জিনৰ পৰামৰ্শ মতে আপুনি কাম কৰে নাইবা আপুনি কোনো উন্মাদো নহয়। info
التفاسير:
Sẽn be Aayar-rãmbã yõod-rãmba seb-neg-kãngã pʋgẽ:
• الجمع بين الآباء والأبناء في الجنة في منزلة واحدة وإن قصر عمل بعضهم إكرامًا لهم جميعًا حتى تتم الفرحة.
জান্নাতৰ এটা স্থানতেই পিতা-পুত্ৰক একত্ৰিত কৰা হ'ব, যদিও তেওঁলোকৰ মাজৰ কাৰোবাৰ আমল কম হওক। দৰাচলতে আল্লাহে তেওঁলোকৰ প্ৰতি অনুগ্ৰহ কৰিব, যাতে তেওঁলোকে পৰিপূৰ্ণ আনন্দ উপভোগ কৰিব পাৰে। info

• خمر الآخرة لا يترتب على شربها مكروه.
আখিৰাতৰ সুৰা সেৱন কৰিলে কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা সংঘটিত নহ’ব। info

• من خاف من ربه في دنياه أمّنه في آخرته.
যি ব্যক্তিয়ে পৃথিৱীত আল্লাহক ভয় কৰিব, আল্লাহে তাক আখিৰাতত চিন্তামুক্ত ৰাখিব। info