Alkʋrãɑn wɑgellã mɑɑnɑ wã lebgre - Alkʋrãan wagellã tafsɩɩrã sẽn kʋʋg koεεga, b sẽn lebg ne Asãmiya goamã.

external-link copy
13 : 6

وَلَهٗ مَا سَكَنَ فِی الَّیْلِ وَالنَّهَارِ ؕ— وَهُوَ السَّمِیْعُ الْعَلِیْمُ ۟

দিন আৰু ৰাতিৰ মাজত যি আছে সেই সকলো একমাত্ৰ আল্লাহৰেই। আৰু তেওঁ সিহঁতৰ কথা শ্ৰৱণকাৰী, সিহঁতৰ কৰ্ম সম্পৰ্কে সম্যক অৱগত তথা তেওঁ সিহঁতক ইয়াৰ প্ৰতিদান প্ৰদান কৰিব। info
التفاسير:
Sẽn be Aayar-rãmbã yõod-rãmba seb-neg-kãngã pʋgẽ:
• بيان حكمة الله تعالى في إرسال كل رسول من جنس من يرسل إليهم؛ ليكون أبلغ في السماع والوعي والقبول عنه.
প্ৰত্যেক জাতিৰ প্ৰতি সিহঁতৰ মাজৰ পৰাই ৰাছুল নিৰ্বাচন কৰি প্ৰেৰণ কৰাৰ উদ্দেশ্য হৈছে, যাতে তেওঁ সিহঁতৰ কথা ভালদৰে শুনে আৰু বুজি পায় তথা গ্ৰহণ কৰে। info

• الدعوة للتأمل في أن تكرار سنن الأوّلين في العصيان قد يقابله تكرار سنن الله تعالى في العقاب.
এই বিষয়ৰ প্ৰতি আহ্বান জনোৱা হৈছে যে, যদি মানুহে পূৰ্বৰ লোক সকলৰ দৰে অবাধ্যতা কৰে তেন্তে সিহঁতৰ দৰেই আল্লাহে শাস্তি প্ৰদান কৰিব। info

• وجوب الخوف من المعصية ونتائجها.
পাপ তথা ইয়াৰ পৰিণামৰ পৰা ভয় কৰা আৱশ্যক। info

• أن ما يصيب البشر من بلاء ليس له صارف إلا الله، وأن ما يصيبهم من خير فلا مانع له إلا الله، فلا رَادَّ لفضله، ولا مانع لنعمته.
মানুহৰ ওপৰত যি বিপদ-আপদ আহে, সেয়া আল্লাহৰ বাহিৰে আন কোনেও দূৰ কৰিব নোৱাৰে। আনহাতে মানুহে লাভ কৰা কল্যাণক আল্লাহৰ বাহিৰে আন কোনেও প্ৰতিৰোধ কৰিব নোৱাৰে। এতেকে কোনেও আল্লাহৰ অনুগ্ৰহ প্ৰতিৰোধ কৰিব নোৱাৰে আৰু তেওঁৰ নিয়ামতকো ধৰি ৰাখিব নোৱাৰে। info