Alkʋrãɑn wɑgellã mɑɑnɑ wã lebgre - Alkʋrãan wagellã tafsɩɩrã sẽn kʋʋg koεεga, b sẽn lebg ne Asãmiya goamã.

external-link copy
27 : 6

وَلَوْ تَرٰۤی اِذْ وُقِفُوْا عَلَی النَّارِ فَقَالُوْا یٰلَیْتَنَا نُرَدُّ وَلَا نُكَذِّبَ بِاٰیٰتِ رَبِّنَا وَنَكُوْنَ مِنَ الْمُؤْمِنِیْنَ ۟

হে ৰাছুল! আপুনি যদি সিহঁতক দেখিলেহেঁতেন, যেতিয়া ক্বিয়ামতৰ দিনা সিহঁতক জাহান্নামৰ সন্মুখত অনা হ'ব, তেতিয়া সিহঁতে পৰিতাপ কৰি ক'ব, হায়! যদি আমাক দুনাই পৃথিৱীলৈ প্ৰেৰণ কৰা হলেহেঁতেন, আমি কেতিয়াও আল্লাহৰ আয়াতসমূহক অস্বীকাৰ নকৰিলোহেঁতেন বৰং আমি আল্লাহৰ প্ৰতি বিশ্বাস কৰিলোহেঁতেন, তেতিয়া আপুনি সিহঁতৰ নিকৃষ্ট অৱস্থা দেখিবলৈ পালেহেঁতেন। info
التفاسير:
Sẽn be Aayar-rãmbã yõod-rãmba seb-neg-kãngã pʋgẽ:
• بيان الحكمة في إرسال النبي عليه الصلاة والسلام بالقرآن، من أجل البلاغ والبيان، وأعظم ذلك الدعوة لتوحيد الله.
নবী চাল্লাল্লাহু আলাইহি অছাল্লামক কোৰআন প্ৰদান কৰি প্ৰেৰণ কৰাৰ উদ্দেশ্য ব্যাখ্যা। উদ্দেশ্য হৈছে তেওঁ যেন স্পষ্টভাৱে ইছলাম প্ৰচাৰ কৰে, আৰু আটাইতকৈ ডাঙৰ বিষয়টো হৈছে তেওঁ যেন মানুহক তাওহীদৰ পিনে আহ্বান কৰে। info

• نفي الشريك عن الله تعالى، ودحض افتراءات المشركين في هذا الخصوص.
আল্লাহৰ লগত অংশীদাৰ স্থাপন কৰাক খণ্ডন কৰা, লগতে মুশ্বৰিকসকলৰ যুক্তিক নসাৎ কৰা। info

• بيان معرفة اليهود والنصارى للنبي عليه الصلاة والسلام، برغم جحودهم وكفرهم.
এই কথাৰ বৰ্ণনা যে, ইয়াহুদী তথা ঈছাই সকলে নবী চাল্লাল্লাহু আলাইহি অছাল্লামক চিনি পোৱাৰ পিছতো তেখেতৰ প্ৰতি ঈমান পোষণ কৰা নাই। info