Alkʋrãɑn wɑgellã mɑɑnɑ wã lebgre - Alkʋrãan wagellã tafsɩɩrã sẽn kʋʋg koεεga, b sẽn lebg ne Asãmiya goamã.

external-link copy
69 : 6

وَمَا عَلَی الَّذِیْنَ یَتَّقُوْنَ مِنْ حِسَابِهِمْ مِّنْ شَیْءٍ وَّلٰكِنْ ذِكْرٰی لَعَلَّهُمْ یَتَّقُوْنَ ۟

আৰু যিসকলে আল্লাহক ভয় কৰে তথা তেওঁৰ আদেশ নিষেধ পালন কৰে, তেওঁলোকৰ পৰা এই অত্যাচাৰীসকলৰ কোনো হিচাপ লোৱা নহ'ব। তেওঁলোকৰ দায়িত্ব কেৱল এইখিনি যে, সিহঁতক পাপ কৰ্মৰ পৰা নিষেধ কৰা, যাতে সিহঁতৰ অন্তৰত আল্লাহৰ ভীতি সোমায় আৰু সিহঁতেও আল্লাহৰ আদেশ পালন কৰে আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকে। info
التفاسير: |
Sẽn be Aayar-rãmbã yõod-rãmba seb-neg-kãngã pʋgẽ:
• الداعية إلى الله تعالى ليس مسؤولًا عن محاسبة أحد، بل هو مسؤول عن التبليغ والتذكير.
আল্লাহৰ প্ৰতি আহ্বান কৰা লোক সকলৰ দায়িত্ব হৈছে কেৱল পৌঁচাই দিয়া আৰু মানুহক স্মৰণ কৰাই দিয়া। হিচাপ-নিকাচৰ দায়িত্ব তেওঁলোকৰ ওপৰত নাই। info

• الوعظ من أعظم وسائل إيقاظ الغافلين والمستكبرين.
উপদেশ হৈছে গাফিল আৰু অহংকাৰী ব্যক্তিক সচেতন কৰাৰ গুৰুত্বপূৰ্ণ মাধ্যম। info

• من دلائل التوحيد: أن من لا يملك نفعًا ولا ضرًّا ولا تصرفًا، هو بالضرورة لا يستحق أن يكون إلهًا معبودًا.
তাওহীদৰ প্ৰমাণসমূহৰ অন্যতম এটা প্ৰমাণ এই যে, যিয়ে ক্ষতি আৰু উপকাৰ কৰাৰ ক্ষমতা নাৰাখে তথা নিয়ন্ত্ৰণৰ অধিকাৰ নাই, তেনেকুৱা সত্ত্বা কেতিয়াও ইবাদতৰ যোগ্য হ'ব নোৱাৰে। info