Alkʋrãɑn wɑgellã mɑɑnɑ wã lebgre - Alkʋrãan wagellã tafsɩɩrã sẽn kʋʋg koεεga, b sẽn lebg ne Asãmiya goamã.

external-link copy
86 : 6

وَاِسْمٰعِیْلَ وَالْیَسَعَ وَیُوْنُسَ وَلُوْطًا ؕ— وَكُلًّا فَضَّلْنَا عَلَی الْعٰلَمِیْنَ ۟ۙ

এইদৰে ইছমাঈল, এছআ, ইউনুছ তথা লূত আলাইহিমুছ ছালামকো তাওফীক প্ৰদান কৰিছিলো। এই সকলো নবী, যিসকলৰ শিৰোমণি হৈছে মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম, এওঁলোকক আমি সকলো লোকৰ ওপৰত প্ৰাধান্য প্ৰদান কৰিছিলো। info
التفاسير:
Sẽn be Aayar-rãmbã yõod-rãmba seb-neg-kãngã pʋgẽ:
• من فضائل التوحيد أنه يضمن الأمن للعبد، خاصة في الآخرة حين يفزع الناس.
তাওহীদৰ এটা অন্যতম বৈশিষ্ট্য এই যে, তাওহীদে মানুহক নিৰাপত্তাৰ গেৰান্টী দিয়ে, বিশেষকৈ আখিৰাতত, যেতিয়া সকলোৱে ভীত-সন্ত্ৰস্ত হৈ থাকিব। info

• تُقَرِّر الآيات أن جميع من سبق من الأنبياء إنما بَلَّغوا دعوتهم بتوفيق الله تعالى لا بقدرتهم.
এই আয়াতসমূহৰ দ্বাৰা প্ৰমাণিত হয় যে, পূৰ্বৱৰ্তী নবী সকলে তেওঁলোকৰ দাৱাত কেৱল আল্লাহৰ তাওফীকতহে পৌঁচাবলৈ সক্ষম হৈছিল, নিজৰ সামৰ্থত নহয়। info

• الأنبياء يشتركون جميعًا في الدعوة إلى توحيد الله تعالى مع اختلاف بينهم في تفاصيل التشريع.
নবীসকলৰ চৰীয়তৰ পদ্ধতি যদিও বেলেগ বেলেগ আছিল কিন্তু তেওঁলোক সকলোৱে এক আল্লাহৰ তাওহীদৰ পিনেই মানুহক আহ্বান কৰিছিল। info

• الاقتداء بالأنبياء سنة محمودة، وخاصة في أصول التوحيد.
নবীসকলৰ অনুসৰণ এক প্ৰশংসনীয় বৈশিষ্ট্য, বিশেষকৈ তাওহীদৰ মৌলিক বিষয়বোৰত। info