Alkʋrãɑn wɑgellã mɑɑnɑ wã lebgre - Alkʋrãan wagellã tafsɩɩrã sẽn kʋʋg koεεga, b sẽn lebg ne Asãmiya goamã.

external-link copy
97 : 6

وَهُوَ الَّذِیْ جَعَلَ لَكُمُ النُّجُوْمَ لِتَهْتَدُوْا بِهَا فِیْ ظُلُمٰتِ الْبَرِّ وَالْبَحْرِ ؕ— قَدْ فَصَّلْنَا الْاٰیٰتِ لِقَوْمٍ یَّعْلَمُوْنَ ۟

হে আদম সন্তান! তেৱেঁই আকাশমণ্ডলক তৰাবোৰৰ জৰিয়তে সুসজ্জিত কৰিছে। যিবোৰৰ সহায়ত জল তথা স্থলৰ ভ্ৰমণত পথ হেৰাই গ'লে তোমালোকে পথ বিচাৰি পোৱা। আমি দলীল তথা প্ৰমাণৰ জৰিয়তে নিজৰ ক্ষমতা সাব্যস্ত কৰিছো কিন্তু ইয়াৰ দ্বাৰা কেৱল সেইসকল লোকেই উপকৃত হয় যিসকলে চিন্তা-চৰ্চা তথা গৱেষণা কৰে। info
التفاسير:
Sẽn be Aayar-rãmbã yõod-rãmba seb-neg-kãngã pʋgẽ:
• الاستدلال ببرهان الخلق والرزق (تخليق النبات ونموه وتحول شكله وحجمه ونزول المطر) وببرهان الحركة (حركة الأفلاك وانتظام سيرها وانضباطها)؛ وكلاهما ظاهر مشاهَد - على انفراد الله سبحانه وتعالى بالربوبية واستحقاق الألوهية.
সৃষ্টি কৰা আৰু জীৱিকা প্ৰদান কৰা (উদ্ভিদৰ পুলি সৃষ্টি কৰা, সেইবোৰক উন্নত কৰা, সেইবোৰৰ আকাৰ আকৃতি পৰিবৰ্তন কৰা, বৰষুণ দিয়া) তথা গতি কৰা (গ্ৰহবোৰৰ গতি আৰু সেইবোৰে নিজ নিজ কক্ষপথত চলা) এই সকলোবোৰ স্পষ্ট তথা দৃশ্যমান প্ৰমাণ। যিবোৰৰ দ্বাৰা প্ৰমাণ হয় যে, আল্লাহেই একমাত্ৰ প্ৰতিপালক তথা ইবাদতৰ যোগ্য। info

• بيان ضلال وسخف عقول المشركين في عبادتهم للجن.
এই কথাৰ প্ৰমাণ পোৱা গ'ল যে, মুশ্বৰিকসকলে বিবেকহীনতাৰ কাৰণে তথা ভ্ৰান্ত হোৱাৰ কাৰণে জিনৰ পূজা পাঠ কৰিছিল। info