Alkʋrãɑn wɑgellã mɑɑnɑ wã lebgre - Alkʋrãan wagellã tafsɩɩrã sẽn kʋʋg koεεga, b sẽn lebg ne Asãmiya goamã.

external-link copy
11 : 67

فَاعْتَرَفُوْا بِذَنْۢبِهِمْ ۚ— فَسُحْقًا لِّاَصْحٰبِ السَّعِیْرِ ۟

এতেকে সিহঁতে নিজৰ কুফুৰী আৰু অস্বীকাৰ কৰাৰ কথা স্বীকাৰ কৰিব আৰু জাহান্নামৰ অধিকাৰী হ’ব। সেয়েহে ধিক্কাৰ জাহান্নামীবিলাকৰ প্ৰতি। info
التفاسير: |
Sẽn be Aayar-rãmbã yõod-rãmba seb-neg-kãngã pʋgẽ:
• في معرفة الحكمة من خلق الموت والحياة وجوب المبادرة للعمل الصالح قبل الموت.
মৃত্যু আৰু জীৱনৰ ৰহস্যত এই কথা লুপ্ত হৈ আছে যে. বান্দাৰ মৃত্যু অহাৰ আগতে সৎ কৰ্ম কৰিবলৈ খৰখেদা কৰা উচিত। info

• حَنَقُ جهنم على الكفار وغيظها غيرةً لله سبحانه.
জাহান্নাম আল্লাহৰ বাবে গৌৰৱ স্বৰূপ আৰু কাফিৰবিলাকৰ বিৰুদ্ধে প্ৰকোপ আৰু ক্ৰোধ প্ৰকাশ। info

• سبق الجن الإنس في ارتياد الفضاء وكل من تعدى حده منهم، فإنه سيناله الرصد بعقاب.
এই কথাৰ উল্লেখ যে, জিনে শূন্যত বিচৰণ কৰে আৰু তাৰ পৰা যিয়েই সীমাৰ বাহিৰত যাবলৈ প্ৰয়াস কৰে সি শাস্তিৰ সন্মুখীন হ’ব লগা হয়। info

• طاعة الله وخشيته في الخلوات من أسباب المغفرة ودخول الجنة.
আল্লাহৰ আনুগত্য আৰু একান্ত অৱস্থাত তেওঁক ভয় কৰা, এইটো ক্ষমা প্ৰাপ্তিৰ আৰু জান্নাত প্ৰৱেশ কৰাৰ উপায় বা মাধ্যম। info