Alkʋrãɑn wɑgellã mɑɑnɑ wã lebgre - Alkʋrãan wagellã tafsɩɩrã sẽn kʋʋg koεεga, b sẽn lebg ne Asãmiya goamã.

external-link copy
19 : 68

فَطَافَ عَلَیْهَا طَآىِٕفٌ مِّنْ رَّبِّكَ وَهُمْ نَآىِٕمُوْنَ ۟

গতিকে আল্লাহ তাআলাই বাগনৰ প্ৰতি এক প্ৰৱল জুই পঠাই দিলে। যিয়ে সেইবোৰ খাই অস্তিত্বহীন কৰি পেলালে। যিহেতু বাগানৰ গৰাকীসকল শুই আছিল আৰু নিজৰ বাগান খনক জুইৰ পৰা ৰক্ষা কৰিব পৰা নাছিল। info
التفاسير:
Sẽn be Aayar-rãmbã yõod-rãmba seb-neg-kãngã pʋgẽ:
• منع حق الفقير سبب في هلاك المال.
মগনীয়াৰ আৰু নিৰ্ধনৰ অধিকাৰ খৰ্ব কৰাটো হৈছে সম্পত্তি ধংসৰ কাৰণ। info

• تعجيل العقوبة في الدنيا من إرادة الخير بالعبد ليتوب ويرجع.
পৃথিৱীত বান্দাক শাস্তি দিয়া তেওঁৰ পক্ষেই ভাল। কিয়নো সম্ভৱত তেওঁ তাওবাহ কৰি লব আৰু পাপ কৰ্মৰ পৰা বিৰত থাকিব। info

• لا يستوي المؤمن والكافر في الجزاء، كما لا تستوي صفاتهما.
মুমিন আৰু কাফিৰ, পৰিণামৰ দৃষ্টিকোণৰ পৰা সমান হব নোৱাৰে। এয়া তেনেকুৱাই যিদৰে দুয়ো বৈশিষ্ট্যৰ দৃষ্টিকোণৰ পৰা সমান নহয়। info