Alkʋrãɑn wɑgellã mɑɑnɑ wã lebgre - Alkʋrãan wagellã tafsɩɩrã sẽn kʋʋg koεεga, b sẽn lebg ne Asãmiya goamã.

external-link copy
193 : 7

وَاِنْ تَدْعُوْهُمْ اِلَی الْهُدٰی لَا یَتَّبِعُوْكُمْ ؕ— سَوَآءٌ عَلَیْكُمْ اَدَعَوْتُمُوْهُمْ اَمْ اَنْتُمْ صَامِتُوْنَ ۟

হে মুশ্বৰিকসকল! এইবোৰ মূৰ্তিক যিবোৰক তোমালোকে আল্লাহৰ বাহিৰে উপাস্য বনাই লৈছা যদি হিদায়ৰ পিনে আহ্বান কৰা তেন্তে সিহঁতে তোমালোকৰ আহ্বানৰ প্ৰতিক্ৰিয়া দিব নোৱাৰিব আৰু তোমালোকৰ কথাও মানিব নোৱাৰিব। সিহঁতৰ ক্ষেত্ৰত তোমালোকৰ আহ্বান কৰা বা নকৰা একে সমান। কিয়নো সেইবোৰ হৈছে নিৰ্জীৱ, বুজিবও নোৱাৰে, শুনিবও নোৱাৰে আৰু কথাও ক'ব নোৱাৰে। info
التفاسير:
Sẽn be Aayar-rãmbã yõod-rãmba seb-neg-kãngã pʋgẽ:
• في الآيات بيان جهل من يقصد النبي صلى الله عليه وسلم ويدعوه لحصول نفع أو دفع ضر؛ لأن النفع إنما يحصل من قِبَلِ ما أرسل به من البشارة والنذارة.
এই আয়াতসমূহত সেইসকল লোকৰ মুৰ্খতাৰ কথা উল্লেখ কৰা হৈছে, যিসকলে নবী চাল্লাল্লাহু আলাইহি অছাল্লামক উপকাৰ সাধিবলৈ অথবা বিপদৰ পৰা ৰক্ষা পাবলৈ আহ্বান কৰে, কিয়নো উপকাৰ কেৱল তেখেতৰ সুসংবাদৰ ওপৰত আমল কৰি আৰু সতৰ্ক কৰা বিষয়ৰ পৰা বিৰত থাকি লাভ কৰিব পাৰি, যিটো প্ৰদান কৰি তেখেতক প্ৰেৰণ কৰা হৈছিল। info

• جعل الله بمنَّته من نوع الرجل زوجه؛ ليألفها ولا يجفو قربها ويأنس بها؛ لتتحقق الحكمة الإلهية في التناسل.
আল্লাহে তেওঁৰ অনুগ্ৰহত পতিৰ শ্ৰেণীৰ পৰাই পত্নীক সৃষ্টি কৰিছে, যাতে পতি তাইৰ ওচৰত আহি সন্তুষ্ট হয় আৰু তাইৰ ওচৰত আহি প্ৰশান্তি লাভ কৰে, লগতে যাতে মানৱ বংশৰ ধাৰাবাহিকতা অবিচল থাকে। info

• لا يليق بالأفضل الأكمل الأشرف من المخلوقات وهو الإنسان أن يشتغل بعبادة الأخس والأرذل من الحجارة والخشب وغيرها من الآلهة الباطلة.
আটাইতকৈ উত্তম আৰু মৰ্যাদাপূৰ্ণ সৃষ্টি অৰ্থাৎ মানৱৰ কাৰণে এইটো শোভা নাপায় যে, শিল তথা বাঁহ বেতেৰে তৈয়াৰী অসত্য, তুচ্ছ উপাস্যৰ ইবাদত কৰিব। info