Alkʋrãɑn wɑgellã mɑɑnɑ wã lebgre - Alkʋrãan wagellã tafsɩɩrã sẽn kʋʋg koεεga, b sẽn lebg ne Asãmiya goamã.

আল-মুতাফ্ফিফীন

Sẽn be sʋʋrã wã raab pʋgẽ:
تحذير المكذبين الظالمين من يوم القيامة وبشارة المؤمنين به.
অন্যায়কাৰী অস্বীকাৰকাৰীসকলক কিয়ামত দিৱসৰ পৰা সাৱধান কৰা হৈছে, আৰু মুমিনসকলক সুসংবাদ দিয়া হৈছে। info

external-link copy
1 : 83

وَیْلٌ لِّلْمُطَفِّفِیْنَ ۟ۙ

জোখ-মাখত কম দিয়া সকলৰ বাবে ধ্বংস আৰু ক্ষতি আছে। info
التفاسير: |

external-link copy
2 : 83

الَّذِیْنَ اِذَا اكْتَالُوْا عَلَی النَّاسِ یَسْتَوْفُوْنَ ۟ؗۖ

আৰু যিহঁতে লোৱাৰ সময়ত সঠিক জোখ- মাখ কৰি লয়। অলপো কম নলয়। info
التفاسير: |

external-link copy
3 : 83

وَاِذَا كَالُوْهُمْ اَوْ وَّزَنُوْهُمْ یُخْسِرُوْنَ ۟ؕ

আৰু যেতিয়া মানুহক দিয়ে তেতিয়া জোখ-মাখত কমকৈ দিয়ে। আচলতে ৰাছুল চাল্লাল্লাহু আলাইহি অছল্লামে যেতিয়া মদিনালৈ হিজৰত কৰিছিল তেতিয়া মদীনাবাসীৰ এনেকুৱা অৱস্থা আছিল। info
التفاسير: |

external-link copy
4 : 83

اَلَا یَظُنُّ اُولٰٓىِٕكَ اَنَّهُمْ مَّبْعُوْثُوْنَ ۟ۙ

এনেকুৱা কু-কৰ্মী সকলে পুনৰ জীৱিত হৈ আল্লাহৰ আগত থিয় হব লাগিব বুলি বিশ্বাস নকৰে নেকি? info
التفاسير: |
Sẽn be Aayar-rãmbã yõod-rãmba seb-neg-kãngã pʋgẽ:
• التحذير من الغرور المانع من اتباع الحق.
সত্যৰ অনুসৰণত হেঙাৰ দিয়া অভিমানৰ পৰা সতৰ্ক কৰা হৈছে। info

• الجشع من الأخلاق الذميمة في التجار ولا يسلم منه إلا من يخاف الله.
লালসা হৈছে ব্যৱসায়ী সকলৰ এক অৱগুণ। আৰু ইয়াৰ পৰা তেৱেঁই সুৰক্ষিত থাকিব পাৰে যিয়ে আল্লাহক ভয় কৰে। info

• تذكر هول القيامة من أعظم الروادع عن المعصية.
ক্বিয়ামতৰ ভয়াৱহ অৱস্থা স্মৰণ কৰা হৈছে পাপ কামৰ পৰা বিৰত থকাৰ এক প্ৰমুখ কাৰণ। info