Alkʋrãɑn wɑgellã mɑɑnɑ wã lebgre - Alkʋrãan wagellã tafsɩɩrã sẽn kʋʋg koεεga, b sẽn lebg ne Asãmiya goamã.

external-link copy
18 : 89

وَلَا تَحٰٓضُّوْنَ عَلٰی طَعَامِ الْمِسْكِیْنِ ۟ۙ

দুখীয়া যাৰ ওচৰত খাবলৈ একোৱে নাই তাক আহাৰ খুওৱাবলৈ তোমালোকে এজনে আনজনক প্ৰেৰণ নিদিয়া। info
التفاسير:
Sẽn be Aayar-rãmbã yõod-rãmba seb-neg-kãngã pʋgẽ:
• فضل عشر ذي الحجة على أيام السنة.
গোটেই বছৰৰ মাজত জিল হজ্জ মাহৰ (প্ৰথম)দহ দিনৰ মৰ্যদা। info

• ثبوت المجيء لله تعالى يوم القيامة وفق ما يليق به؛ من غير تشبيه ولا تمثيل ولا تعطيل.
ক্বিয়ামতৰ দিনা আল্লাহ তাআলাৰ মৰ্যদা অনুসৰি অহাৰ প্ৰমাণ। বৰঞ্চ তেওঁৰ আগমনক আন কাৰো আগমনৰ লগত ৰিজাব নোৱাৰি, কোনো ধৰণৰ উদাহৰণ দিয়া নাযাব আৰু অস্বীকাৰো কৰিব নোৱাৰি। info

• المؤمن إذا ابتلي صبر وإن أعطي شكر.
মুমিন সকলক যেতিয়া কোনো পৰীক্ষা কৰা হয়, তেতিয়া তেওঁলোকে ধৈৰ্য ধাৰণ কৰে আৰু যেতিয়া অনুগ্ৰহ প্ৰদান কৰা হয় তেতিয়া কৃতজ্ঞতা জ্ঞাপন কৰে। info