Alkʋrãɑn wɑgellã mɑɑnɑ wã lebgre - Alkʋrãan wagellã tafsɩɩrã sẽn kʋʋg koεεga, b sẽn lebg ne Asãmiya goamã.

external-link copy
34 : 9

یٰۤاَیُّهَا الَّذِیْنَ اٰمَنُوْۤا اِنَّ كَثِیْرًا مِّنَ الْاَحْبَارِ وَالرُّهْبَانِ لَیَاْكُلُوْنَ اَمْوَالَ النَّاسِ بِالْبَاطِلِ وَیَصُدُّوْنَ عَنْ سَبِیْلِ اللّٰهِ ؕ— وَالَّذِیْنَ یَكْنِزُوْنَ الذَّهَبَ وَالْفِضَّةَ وَلَا یُنْفِقُوْنَهَا فِیْ سَبِیْلِ اللّٰهِ ۙ— فَبَشِّرْهُمْ بِعَذَابٍ اَلِیْمٍ ۟ۙ

হে মুমিনসকল আৰু আল্লাহৰ চৰীয়ত মুতাবিক আমলকাৰীসকল! বহুতো ইয়াহুদী বিদ্বান আৰু খৃষ্টান ধৰ্মগুৰুসকলে অবৈধ ভাৱে মানুহৰ ধন আত্মসাৎ কৰে, যেনে- উৎকোচ আদিৰ জৰিয়তে। সেইসকলেই আল্লাহৰ দ্বীনত প্ৰৱেশ কৰিবলৈ মানুহক বাধা প্ৰদান কৰে। লগতে যিসকলে সোণ-ৰূপ সঞ্চয় কৰি থয় আৰু তাৰ যাকাত আদায় নকৰে, হে ৰাছুল! সেইসকল লোকক ক্বিয়ামতৰ দিনা সন্মুখীন হ'বলগীয়া কষ্টদায়ক শাস্তি সম্পৰ্কে অৱগত কৰাওক। info
التفاسير: |
Sẽn be Aayar-rãmbã yõod-rãmba seb-neg-kãngã pʋgẽ:
• دين الله ظاهر ومنصور مهما سعى أعداؤه للنيل منه حسدًا من عند أنفسهم.
আল্লাহৰ ধৰ্ম নিশ্চিতভাৱে প্ৰসাৰ লাভ কৰিব আৰু বিজয়ী হ'ব, যদিও ইয়াৰ শত্ৰুসকলে বিদ্বেষ পোষণ কৰি যিমানেই ক্ষতি নকৰক কিয়। info

• تحريم أكل أموال الناس بالباطل، والصد عن سبيل الله تعالى.
অবৈধভাৱে মানুহৰ সম্পদ ভক্ষণ কৰা আৰু আল্লাহৰ পথৰ পৰা মানুহক বিৰত ৰখা হাৰাম। info

• تحريم اكتناز المال دون إنفاقه في سبيل الله.
আল্লাহৰ পথত ব্যয় নকৰাকৈ সম্পদ সঞ্চয় কৰা হাৰাম। info

• الحرص على تقوى الله في السر والعلن، خصوصًا عند قتال الكفار؛ لأن المؤمن يتقي الله في كل أحواله.
প্ৰকাশ্য অপ্ৰকাশ্য সকলো ক্ষেত্ৰতেই আল্লাহৰ তাক্বৱা অৱলম্বন কৰাৰ প্ৰতি প্ৰেৰণা দিয়া হৈছে। বিশেষকৈ কাফিৰসকলৰ লগত যুদ্ধ কৰাৰ সময়ত, কাৰণ মুমিন সকলো ক্ষেত্ৰতে আল্লাহক ভয় কৰে। info