Alkʋrãɑn wɑgellã mɑɑnɑ wã lebgre - Alkʋrãan wagellã tafsɩɩrã sẽn kʋʋg koεεga, b sẽn lebg ne Asãmiya goamã.

external-link copy
89 : 9

اَعَدَّ اللّٰهُ لَهُمْ جَنّٰتٍ تَجْرِیْ مِنْ تَحْتِهَا الْاَنْهٰرُ خٰلِدِیْنَ فِیْهَا ؕ— ذٰلِكَ الْفَوْزُ الْعَظِیْمُ ۟۠

আল্লাহে তেওঁলোকৰ বাবে এনেকুৱা জান্নাত প্ৰস্তুত কৰি ৰাখিছে, যাৰ অট্টালিকাসমূহৰ তলদেশত নিজৰাসমূহ প্ৰবাহিত। তাত তেওঁলোক চিৰকাল অৱস্থান কৰিব। তাত তেওঁলোকৰ কেতিয়াও মৃত্যু নহব। এইটোৱেই সেই সফলতা, যাৰ সমান আন কোনো সফলতা হ'ব নোৱাৰে। info
التفاسير: |
Sẽn be Aayar-rãmbã yõod-rãmba seb-neg-kãngã pʋgẽ:
• المجاهدون سيحصِّلون الخيرات في الدنيا، وإن فاتهم هذا فلهم الفوز بالجنة والنجاة من العذاب في الآخرة.
মুজাহিদসকলে পাৰ্থিৱ জীৱনতে কল্যাণৰ অধিকাৰী হ'ব। কিন্তু যদি এনেকুৱা নহয় তেন্তে আখিৰাতত অৱশ্যে জান্নাত লাভ কৰিব আৰু জাহান্নামৰ শাস্তিৰ পৰা মুক্তি লাভ কৰিব। info

• الأصل أن المحسن إلى الناس تكرمًا منه لا يؤاخَذ إن وقع منه تقصير.
মূলতে স্বেচ্ছাই মানুহৰ উপকাৰ কৰা ব্যক্তিৰ দ্বাৰা যদি কোনো ভুল হয় তেন্তে সেয়া জবাবদিহিৰ যোগ্য নহয়। info

• أن من نوى الخير، واقترن بنيته الجازمة سَعْيٌ فيما يقدر عليه، ثم لم يقدر- فإنه يُنَزَّل مَنْزِلة الفاعل له.
যি ব্যক্তিয়ে কোনো এনেকুৱা সত্কৰ্ম কৰাৰ সংকল্প কৰে, যিটো কৰিবলৈ সি সক্ষম, আৰু সেইটো অৰ্জন কৰিবলৈ তাৰ মজবুত মনোবলও আছে তথা প্ৰয়াসো কৰিছে। কিন্তু ইয়াৰ পিছতো যদি সেই ক্ষেত্ৰত সি সফল নহয় তেন্তে সেই সত্কৰ্মত তাক কৰ্তাৰ সমকক্ষ বুলি গণ্য কৰা হ'ব। info

• الإسلام دين عدل ومنطق؛ لذلك أوجب العقوبة والمأثم على المنافقين المستأذنين وهم أغنياء ذوو قدرة على الجهاد بالمال والنفس.
ইছলাম ন্যায় আৰু যুক্তিৰ ধৰ্ম। সেই কাৰণেই ইছলামে এই মুনাফিকসকলৰ বিষয়ে গুনাহ আৰু শাস্তিৰ কথা কৈছে, যিসকলে ধন-প্ৰাণৰ সৈতে জিহাদত অংশগ্ৰহণৰ শক্তি থকাৰ পিছতো আৰু ধনী হোৱা সত্ত্বেও যুদ্ধৰ পৰা পিছুৱাই থকাৰ অনুমতি বিচাৰিছিল। info