Alkʋrãɑn wɑgellã mɑɑnɑ wã lebgre - Sẽn lebg ne Asami goamã - Rafɩɩƙ Al-ɭslaam Habiib al-Rahmaan

external-link copy
17 : 28

قَالَ رَبِّ بِمَاۤ اَنْعَمْتَ عَلَیَّ فَلَنْ اَكُوْنَ ظَهِیْرًا لِّلْمُجْرِمِیْنَ ۟

মুছাই ক’লে, ‘হে মোৰ প্ৰতিপালক! তুমি যিহেতু মোক অনুগ্ৰহ কৰিছা, সেয়ে মই কেতিয়াও অপাৰীধিবিলাকৰ সহায়কাৰী নহওঁ’। info
التفاسير: |