Alkʋrãɑn wɑgellã mɑɑnɑ wã lebgre - Sẽn lebg ne Asami goamã - Rafɩɩƙ Al-ɭslaam Habiib al-Rahmaan

external-link copy
77 : 6

فَلَمَّا رَاَ الْقَمَرَ بَازِغًا قَالَ هٰذَا رَبِّیْ ۚ— فَلَمَّاۤ اَفَلَ قَالَ لَىِٕنْ لَّمْ یَهْدِنِیْ رَبِّیْ لَاَكُوْنَنَّ مِنَ الْقَوْمِ الضَّآلِّیْنَ ۟

তাৰ পিছত যেতিয়া তেওঁ চন্দ্ৰক সমুজ্জলৰূপে উদয় হোৱা দেখিলে তেতিয়া ক’লে, ‘এইটো চাগে মোৰ প্ৰতিপালক’। যেতিয়া সেইটোও অস্তমিত গ’ল, তেতিয়া তেওঁ ক’লে, ‘মোক মোৰ প্ৰতিপালকে হিদায়ত নকৰিলে মই নিশ্চয় পথভ্ৰষ্ট সম্প্ৰদায়ৰ অন্তৰ্ভুক্ত হম’। info
التفاسير: |