Check out the new design

ߞߎ߬ߙߣߊ߬ ߞߟߊߒߞߋ ߞߘߐ ߟߎ߬ ߘߟߊߡߌߘߊ - ߞߎ߬ߙߣߊ߬ ߞߟߊߒߞߋ ߞߘߐߦߌߘߊ ߟߊߘߛߏߣߍ߲ ߘߟߊߡߌߘߊ ߊߛߊ߯ߡߌߞߊ߲ ߘߐ߫. * - ߘߟߊߡߌߘߊ ߟߎ߫ ߦߌ߬ߘߊ߬ߥߟߊ


ߞߘߐ ߟߎ߬ ߘߟߊߡߌ߬ߘߊ߬ߟߌ ߟߝߊߙߌ ߘߏ߫: (57) ߝߐߘߊ ߘߏ߫: ߕ߭ߤߊ߫
قَالَ اَجِئْتَنَا لِتُخْرِجَنَا مِنْ اَرْضِنَا بِسِحْرِكَ یٰمُوْسٰی ۟
ফিৰআউনে ক'লেঃ হে মূছা! তুমি তোমাৰ যাদুৰ জৰিয়তে আমাক মিচৰৰ পৰা বহিষ্কাৰ কৰিবলৈ আহিছা নেকি, যাতে তুমি ইয়াত শাসন কৰিব পাৰা?
ߊߙߊߓߎߞߊ߲ߡߊ ߞߘߐߦߌߘߊ ߟߎ߬:
ߟߝߊߙߌ ߟߎ߫ ߢߊ߬ߕߣߐ ߘߏ߫ ߞߐߜߍ ߣߌ߲߬ ߞߊ߲߬:
• إخراج أصناف من النبات المختلفة الأنواع والألوان من الأرض دليل واضح على قدرة الله تعالى ووجود الصانع.
মাটিৰ পৰা বিভিন্ন প্ৰকাৰৰ উদ্ভিদ উৎপন্ন হোৱাটো মহান আল্লাহৰ ক্ষমতা আৰু সৃষ্টিকৰ্তাৰ অস্তিত্বৰ স্পষ্ট প্ৰমাণ।

• ذكرت الآيات دليلين عقليين واضحين على الإعادة: إخراج النبات من الأرض بعد موتها، وإخراج المكلفين منها وإيجادهم.
উক্ত আয়াতবোৰত পুনৰুত্থানৰ দুটা স্পষ্ট বৌদ্ধিক প্ৰমাণ উল্লেখ কৰা হৈছেঃ অনুৰ্বৰ ভূমিৰ পৰা উদ্ভিদ উৎপাদন হোৱা আৰু এই মাটিৰ পৰাই মানুহক পুনৰ উলিয়াই আনি অস্তিত্ব প্ৰদান কৰা।

• كفر فرعون كفر عناد؛ لأنه رأى الآيات عيانًا لا خبرًا، واقتنع بها في أعماق نفسه.
ফিৰআউনৰ কুফৰী কৰ্ম প্ৰতিষ্ঠিত আছিল অহংকাৰ তথা স্বৈৰাচাৰীতাৰ ওপৰত। কিয়নো সি নিদৰ্শনবোৰ নিজ চকুৰে প্ৰত্যক্ষ কৰিছিল, বেলেগ কোনোবাই সংবাদ দিয়া নাছিল। তথা ইয়াৰ সত্যতাক অন্তৰেৰে অনুভৱো কৰিছিল।

• اختار موسى يوم العيد؛ لتعلو كلمة الله، ويظهر دينه، ويكبت الكفر، أمام الناس قاطبة في المجمع العام ليَشِيع الخبر.
মূছা আলাইহিচ্ছালামে উৎসৱৰ দিনটোক নিৰ্ধাৰণ কৰাৰ উদ্দেশ্য আছিল, যাতে সেইদিনা মহাসমাৱেশত সকলোৰে সন্মুখত আল্লাহৰ দ্বীন সমুন্নত হয় তথা তেওঁৰ দ্বীন বিজয়ী হয়, আনহাতে কুফৰ পৰাস্ত হয়, লগতে এই সংবাদ যাতে দূৰ-দূৰণিলৈ বিয়পি পৰে।

 
ߞߘߐ ߟߎ߬ ߘߟߊߡߌ߬ߘߊ߬ߟߌ ߟߝߊߙߌ ߘߏ߫: (57) ߝߐߘߊ ߘߏ߫: ߕ߭ߤߊ߫
ߝߐߘߊ ߟߎ߫ ߦߌ߬ߘߊ߬ߥߟߊ ߞߐߜߍ ߝߙߍߕߍ
 
ߞߎ߬ߙߣߊ߬ ߞߟߊߒߞߋ ߞߘߐ ߟߎ߬ ߘߟߊߡߌߘߊ - ߞߎ߬ߙߣߊ߬ ߞߟߊߒߞߋ ߞߘߐߦߌߘߊ ߟߊߘߛߏߣߍ߲ ߘߟߊߡߌߘߊ ߊߛߊ߯ߡߌߞߊ߲ ߘߐ߫. - ߘߟߊߡߌߘߊ ߟߎ߫ ߦߌ߬ߘߊ߬ߥߟߊ

ߡߍ߲ ߝߘߊߣߍ߲߫ ߞߎ߬ߙߊ߬ߣߊ ߞߘߐߦߌߘߊ ߕߌߙߌ߲ߠߌ߲ ߝߊ߲ߓߊ ߟߊ߫

ߘߊߕߎ߲߯ߠߌ߲