ߞߎ߬ߙߣߊ߬ ߞߟߊߒߞߋ ߞߘߐ ߟߎ߬ ߘߟߊߡߌߘߊ - ߞߎ߬ߙߣߊ߬ ߞߟߊߒߞߋ ߞߘߐߦߌߘߊ ߟߊߘߛߏߣߍ߲ ߘߟߊߡߌߘߊ ߊߛߊ߯ߡߌߞߊ߲ ߘߐ߫.

external-link copy
116 : 26

قَالُوْا لَىِٕنْ لَّمْ تَنْتَهِ یٰنُوْحُ لَتَكُوْنَنَّ مِنَ الْمَرْجُوْمِیْنَ ۟ؕ

তেওঁক তেওঁৰ সম্প্ৰদায়ৰ লোকসকলে ক’লেঃ তুমি আমাক যি ধৰ্মৰ পিনে আহ্বান কৰি আছা, যদি তুমি ইয়াৰ পৰা বিৰত নাথাকা তেন্তে নিশ্চয় তোমাক লাঞ্ছিত অপমানিত কৰি শিল দলিয়াই মৃত্যুদণ্ড প্ৰদান কৰা হ’ব। info
التفاسير:
ߟߝߊߙߌ ߟߎ߫ ߢߊ߬ߕߣߐ ߘߏ߫ ߞߐߜߍ ߣߌ߲߬ ߞߊ߲߬:
• أفضلية أهل السبق للإيمان حتى لو كانوا فقراء أو ضعفاء.
ঈমান পোষণ কৰাৰ ক্ষেত্ৰত আগভাগ লোৱা লোকসকলৰ শ্ৰেষ্ঠতা, যদিও তেওঁলোক দুৰ্বল তথা দৰিদ্ৰই নহওক কিয়। info

• إهلاك الظالمين، وإنجاء المؤمنين سُنَّة إلهية.
অন্যায়কাৰীসকলক ধ্বংস কৰা আৰু মুমিনসকলক ৰক্ষা কৰাটো আল্লাহৰ সাধাৰণ নিয়ম। info

• خطر الركونِ إلى الدنيا.
পৃথিৱীক প্ৰাধান্য দিয়া আৰু ইয়াৰ প্ৰতি ভৰসা কৰাৰ ভয়াৱহতা। info

• تعنت أهل الباطل، وإصرارهم عليه.
বাতিলপন্থীৰ জিদ আৰু সিহঁতৰ আঁকোৰগোজ স্বভাৱ। info