Check out the new design

ߞߎ߬ߙߣߊ߬ ߞߟߊߒߞߋ ߞߘߐ ߟߎ߬ ߘߟߊߡߌߘߊ - ߞߎ߬ߙߣߊ߬ ߞߟߊߒߞߋ ߞߘߐߦߌߘߊ ߟߊߘߛߏߣߍ߲ ߘߟߊߡߌߘߊ ߊߛߊ߯ߡߌߞߊ߲ ߘߐ߫. * - ߘߟߊߡߌߘߊ ߟߎ߫ ߦߌ߬ߘߊ߬ߥߟߊ


ߞߘߐ ߟߎ߬ ߘߟߊߡߌ߬ߘߊ߬ߟߌ ߟߝߊߙߌ ߘߏ߫: (22) ߝߐߘߊ ߘߏ߫: ߡߣߍߡߣߍ
فَمَكَثَ غَیْرَ بَعِیْدٍ فَقَالَ اَحَطْتُّ بِمَا لَمْ تُحِطْ بِهٖ وَجِئْتُكَ مِنْ سَبَاٍ بِنَبَاٍ یَّقِیْنٍ ۟
কিছু সময় পিছতেই হুদহুদ আহি উপস্থিত হ’ল। তথা ছুলাইমান আলাইহিচ্ছালামক উদ্দেশ্যি ক’লেঃ মই এনেকুৱা এটা বিষয় সম্পৰ্কে অৱগত হৈছোঁ, যিটো বিষয় আপুনি নাজানে। মই ছাবাবাসীৰ বিষয়ে এনেকুৱা এটা সত্য সংবাদ লৈ আহিছোঁ, য’ত কোনো ধৰণৰ সন্দেহ নাই।
ߊߙߊߓߎߞߊ߲ߡߊ ߞߘߐߦߌߘߊ ߟߎ߬:
ߟߝߊߙߌ ߟߎ߫ ߢߊ߬ߕߣߐ ߘߏ߫ ߞߐߜߍ ߣߌ߲߬ ߞߊ߲߬:
• التبسم ضحك أهل الوقار.
মিচিকিয়া হাঁহি হৈছে মৰ্যাদাৱান লোকৰ হাঁহি।

• شكر النعم أدب الأنبياء والصالحين مع ربهم.
নিয়ামতৰ বাবে নিজ প্ৰতিপালকৰ কৃতজ্ঞতা জ্ঞাপন কৰাটো হৈছে নবী আৰু সৎকৰ্মশীল লোকসকলৰ বৈশিষ্ট্য।

• الاعتذار عن أهل الصلاح بظهر الغيب.
সৎকৰ্মশীল লোকৰ অনুপস্থিতিক ক্ষমা কৰা উচিত।

• سياسة الرعية بإيقاع العقاب على من يستحقه، وقبول عذر أصحاب الأعذار.
জনসাধাৰণৰ মাজত শাসন ব্যৱস্থা বজায় ৰাখিবলৈ, অপৰাধীক শাস্তি দিয়া আৰু উপযুক্ত কাৰণত নিয়ম উলঙ্ঘা কৰা ব্যক্তিক ক্ষমা কৰি দিয়া উচিত।

• قد يوجد من العلم عند الأصاغر ما لا يوجد عند الأكابر.
কেতিয়াবা কেতিয়াবা জ্ঞানৰ কিছুমান কথা সৰু মানুহৰ ওচৰতো পোৱা যায়, যিবোৰ ডাঙৰ মানুহৰ ওচৰত নাথাকে।

 
ߞߘߐ ߟߎ߬ ߘߟߊߡߌ߬ߘߊ߬ߟߌ ߟߝߊߙߌ ߘߏ߫: (22) ߝߐߘߊ ߘߏ߫: ߡߣߍߡߣߍ
ߝߐߘߊ ߟߎ߫ ߦߌ߬ߘߊ߬ߥߟߊ ߞߐߜߍ ߝߙߍߕߍ
 
ߞߎ߬ߙߣߊ߬ ߞߟߊߒߞߋ ߞߘߐ ߟߎ߬ ߘߟߊߡߌߘߊ - ߞߎ߬ߙߣߊ߬ ߞߟߊߒߞߋ ߞߘߐߦߌߘߊ ߟߊߘߛߏߣߍ߲ ߘߟߊߡߌߘߊ ߊߛߊ߯ߡߌߞߊ߲ ߘߐ߫. - ߘߟߊߡߌߘߊ ߟߎ߫ ߦߌ߬ߘߊ߬ߥߟߊ

ߡߍ߲ ߝߘߊߣߍ߲߫ ߞߎ߬ߙߊ߬ߣߊ ߞߘߐߦߌߘߊ ߕߌߙߌ߲ߠߌ߲ ߝߊ߲ߓߊ ߟߊ߫

ߘߊߕߎ߲߯ߠߌ߲