ߞߎ߬ߙߣߊ߬ ߞߟߊߒߞߋ ߞߘߐ ߟߎ߬ ߘߟߊߡߌߘߊ - ߞߎ߬ߙߣߊ߬ ߞߟߊߒߞߋ ߞߘߐߦߌߘߊ ߟߊߘߛߏߣߍ߲ ߘߟߊߡߌߘߊ ߊߛߊ߯ߡߌߞߊ߲ ߘߐ߫.

external-link copy
48 : 34

قُلْ اِنَّ رَبِّیْ یَقْذِفُ بِالْحَقِّ ۚ— عَلَّامُ الْغُیُوْبِ ۟

নিশ্চয় মোৰ প্ৰতিপালকে অসত্যৰ ওপৰত সত্যক বিজয় প্ৰদান কৰি অসত্যক মিছা প্ৰমাণিত কৰে। অদৃশ্য তথা গায়েব সম্পৰ্কে তেৱেঁই সৰ্বজ্ঞ। আকাশমণ্ডল আৰু পৃথিৱীৰ একোৱেই তেওঁৰ পৰা গোপন নহয়। বান্দাসকলৰ কোনো কৰ্মও তেওঁৰ পৰা গুপ্ত নহয়। info
التفاسير:
ߟߝߊߙߌ ߟߎ߫ ߢߊ߬ߕߣߐ ߘߏ߫ ߞߐߜߍ ߣߌ߲߬ ߞߊ߲߬:
• التقليد الأعمى للآباء صارف عن الهداية.
পুৰ্বপুৰুষসকলৰ অন্ধানুকৰণে মানুহক হিদায়তৰ পৰা আঁতৰাই ৰাখে। info

• التفكُّر مع التجرد من الهوى وسيلة للوصول إلى القرار الصحيح، والفكر الصائب.
সকলো প্ৰকাৰ ইচ্ছা আকাংক্ষাৰ পৰা দূৰত্ব অৱলম্বন কৰি চিন্তা-চৰ্চা কৰিলে মানুহে সঠিক সিদ্ধান্তত উপনীত হয় তথা সঠিক চিন্তা শক্তি লাভ কৰে। info

• الداعية إلى الله لا ينتظر الأجر من الناس، وإنما ينتظره من رب الناس.
আল্লাহৰ প্ৰতি আহ্বান কৰা ব্যক্তিয়ে কেতিয়াও মানুহৰ পৰা পাৰিশ্ৰমিক আশা নকৰে। তেওঁ একমাত্ৰ মানুহৰ প্ৰতিপালকৰ ওচৰত প্ৰতিদান কামনা কৰে। info