ߞߎ߬ߙߣߊ߬ ߞߟߊߒߞߋ ߞߘߐ ߟߎ߬ ߘߟߊߡߌߘߊ - ߞߎ߬ߙߣߊ߬ ߞߟߊߒߞߋ ߞߘߐߦߌߘߊ ߟߊߘߛߏߣߍ߲ ߘߟߊߡߌߘߊ ߊߛߊ߯ߡߌߞߊ߲ ߘߐ߫.

external-link copy
49 : 34

قُلْ جَآءَ الْحَقُّ وَمَا یُبْدِئُ الْبَاطِلُ وَمَا یُعِیْدُ ۟

হে ৰাছুল! আপুনি এই মুশ্বৰিকসকলক কৈ দিয়ক, সত্য অৰ্থাৎ ইছলাম আহি পৰিছে, সেয়ে বাতিলৰ সমাপ্তি অনিবাৰ্য; যাৰ কোনো প্ৰভাৱ তথা শক্তি নাই। আনকি প্ৰভাৱশালী হৈ কেতিয়াও উভতিবও নোৱাৰিব। info
التفاسير:
ߟߝߊߙߌ ߟߎ߫ ߢߊ߬ߕߣߐ ߘߏ߫ ߞߐߜߍ ߣߌ߲߬ ߞߊ߲߬:
• مشهد فزع الكفار يوم القيامة مشهد عظيم.
কিয়ামতৰ দিনা কাফিৰসকলৰ ভীত-সন্ত্ৰস্ততাৰ দৃশ্যটো এটা মহা ভয়ানক দৃশ্য হ'ব। info

• محل نفع الإيمان في الدنيا؛ لأنها هي دار العمل.
একমাত্ৰ পৃথিৱীৰ ঈমানেই হৈছে ফলপ্ৰসূ, কাৰণ এইটোৱে হৈছে আমলৰ ঠাই। info

• عظم خلق الملائكة يدل على عظمة خالقهم سبحانه.
সৃষ্টিৰ ক্ষেত্ৰত ফিৰিস্তাসকল অতি ডাঙৰ আকৃতিৰ। এইটোৱে প্ৰমাণ কৰে যে, তেওঁলোকৰ সৃষ্টিকৰ্তা আৰু অধিক মহান। info