ߞߎ߬ߙߣߊ߬ ߞߟߊߒߞߋ ߞߘߐ ߟߎ߬ ߘߟߊߡߌߘߊ - ߞߎ߬ߙߣߊ߬ ߞߟߊߒߞߋ ߞߘߐߦߌߘߊ ߟߊߘߛߏߣߍ߲ ߘߟߊߡߌߘߊ ߊߛߊ߯ߡߌߞߊ߲ ߘߐ߫.

external-link copy
19 : 36

قَالُوْا طَآىِٕرُكُمْ مَّعَكُمْ ؕ— اَىِٕنْ ذُكِّرْتُمْ ؕ— بَلْ اَنْتُمْ قَوْمٌ مُّسْرِفُوْنَ ۟

ৰাছুলসকলে সিহঁতক প্ৰত্যুত্তৰ দি ক’লেঃ তোমালোকৰ এই অমঙ্গল তোমালোকৰ বাবে অনিবাৰ্য, কাৰণ তোমালোকে আল্লাহৰ লগত কুফৰী কৰিছা আৰু তেওঁৰ ৰাছুলসকলৰ অনুসৰণ পৰিত্যাগ কৰিছা। আমি তোমালোকক আল্লাহৰ স্মৰণ কৰাই আছোঁ, ইয়াক তোমালোকে অমঙ্গল বুলি ভাবা নেকি? বৰং তোমালোকে পাপকৰ্ম আৰু কুফৰীত লিপ্ত হৈ সীমালঙ্ঘনহে কৰিছা। info
التفاسير:
ߟߝߊߙߌ ߟߎ߫ ߢߊ߬ߕߣߐ ߘߏ߫ ߞߐߜߍ ߣߌ߲߬ ߞߊ߲߬:
• أهمية القصص في الدعوة إلى الله.
আল্লাহৰ প্ৰতি আহ্বানৰ ক্ষেত্ৰত ঘটনাৱলী বৰ্ণনা কৰাৰ গুৰুত্ব। info

• الطيرة والتشاؤم من أعمال الكفر.
অমঙ্গল বিশ্বাস কৰাটো হৈছে কুফৰী কাৰ্য। info

• النصح لأهل الحق واجب .
সত্যবাদীসকলৰ হিতাকাংক্ষী হোৱাটো অনিবাৰ্য। info

• حب الخير للناس صفة من صفات أهل الإيمان.
মানৱ জাতিৰ কল্যাণ কামনা কৰাটো হৈছে মুমিনসকলৰ বৈশিষ্ট্য। info