ߞߎ߬ߙߣߊ߬ ߞߟߊߒߞߋ ߞߘߐ ߟߎ߬ ߘߟߊߡߌߘߊ - ߞߎ߬ߙߣߊ߬ ߞߟߊߒߞߋ ߞߘߐߦߌߘߊ ߟߊߘߛߏߣߍ߲ ߘߟߊߡߌߘߊ ߊߛߊ߯ߡߌߞߊ߲ ߘߐ߫.

external-link copy
85 : 38

لَاَمْلَـَٔنَّ جَهَنَّمَ مِنْكَ وَمِمَّنْ تَبِعَكَ مِنْهُمْ اَجْمَعِیْنَ ۟

কিয়ামতৰ দিনা জাহান্নামক মই তোমাৰ দ্বাৰা আৰু আদমৰ সেইসকল সন্তানৰ দ্বাৰা ভৰ্তি কৰিম, যিসকলে কুফৰী কৰাৰ ক্ষেত্ৰত তোমাৰ অনুসৰণ কৰিব। info
التفاسير:
ߟߝߊߙߌ ߟߎ߫ ߢߊ߬ߕߣߐ ߘߏ߫ ߞߐߜߍ ߣߌ߲߬ ߞߊ߲߬:
• الداعي إلى الله يحتسب الأجر من عنده، لا يريد من الناس أجرًا على ما يدعوهم إليه من الحق.
আল্লাহৰ প্ৰতি আহ্বান কৰা ব্যক্তিয়ে আল্লাহৰ ওচৰতেই ছোৱাব কামনা কৰে। সত্যৰ পিনে আহ্বান কৰিবলৈ মানুহৰ ওচৰত কোনো পাৰিশ্ৰমিক নিবিচাৰে। info

• التكلّف ليس من الدِّين.
দুমুখীয়া নীতিৰ সৈতে ইছলামৰ কোনো সম্পৰ্ক নাই। info

• التوسل إلى الله يكون بأسمائه وصفاته وبالإيمان وبالعمل الصالح لا غير.
আল্লাহৰ নাম, তেওঁৰ বিশেষণ আৰু ঈমান তথা নেক কৰ্মৰ জৰিয়তেহে আল্লাহৰ সৈতে মধ্যস্ততা কৰা সম্ভৱ। ইয়াৰ বাহিৰে আন কোনো উপায় নাই। info