ߞߎ߬ߙߣߊ߬ ߞߟߊߒߞߋ ߞߘߐ ߟߎ߬ ߘߟߊߡߌߘߊ - ߞߎ߬ߙߣߊ߬ ߞߟߊߒߞߋ ߞߘߐߦߌߘߊ ߟߊߘߛߏߣߍ߲ ߘߟߊߡߌߘߊ ߊߛߊ߯ߡߌߞߊ߲ ߘߐ߫.

external-link copy
29 : 42

وَمِنْ اٰیٰتِهٖ خَلْقُ السَّمٰوٰتِ وَالْاَرْضِ وَمَا بَثَّ فِیْهِمَا مِنْ دَآبَّةٍ ؕ— وَهُوَ عَلٰی جَمْعِهِمْ اِذَا یَشَآءُ قَدِیْرٌ ۟۠

আকাশমণ্ডল আৰু পৃথিৱীৰ সৃষ্টি, তথা এই দুয়োৰে মাজত থকা আশ্চৰ্যজনক মখলুকবোৰৰ সৃষ্টি আদি হৈছে আল্লাহৰ তাওহীদ তথা ক্ষমতাৰ অন্যতম নিদৰ্শন। তেওঁ যেতিয়া ইচ্ছা তেতিয়াই সকলোকে জীৱিত কৰি প্ৰতিফল দিয়াৰ বাবে একত্ৰিত কৰিবলৈ সক্ষম। এইটো তেওঁৰ সাধ্যাতীত কোনো বিষয় নহয়, যিদৰে প্ৰথমবাৰ কৰা সৃষ্টি তেওঁৰ সাধ্যাতীত নাছিল। info
التفاسير:
ߟߝߊߙߌ ߟߎ߫ ߢߊ߬ߕߣߐ ߘߏ߫ ߞߐߜߍ ߣߌ߲߬ ߞߊ߲߬:
• الداعي إلى الله لا يبتغي الأجر عند الناس.
আল্লাহৰ প্ৰতি আহ্বান কৰা ব্যক্তিয়ে কেতিয়াও মানুহৰ ওচৰত পাৰিশ্ৰমিক নিবিচাৰে। info

• التوسيع في الرزق والتضييق فيه خاضع لحكمة إلهية قد تخفى على كثير من الناس.
জীৱিকাত প্ৰশস্ততা আৰু সংকীৰ্ণতা আল্লাহৰ হিকমত অনুযায়ী হৈ থাকে। এইটো যে এটা ৰহস্য এই সম্পৰ্কে অধিকাংশ লোকেই নাজানে। info

• الذنوب والمعاصي من أسباب المصائب.
গুনাহ তথা পাপকৰ্মই বিপদ-আপদ মাতি আনে। info