ߞߎ߬ߙߣߊ߬ ߞߟߊߒߞߋ ߞߘߐ ߟߎ߬ ߘߟߊߡߌߘߊ - ߞߎ߬ߙߣߊ߬ ߞߟߊߒߞߋ ߞߘߐߦߌߘߊ ߟߊߘߛߏߣߍ߲ ߘߟߊߡߌߘߊ ߊߛߊ߯ߡߌߞߊ߲ ߘߐ߫.

external-link copy
58 : 44

فَاِنَّمَا یَسَّرْنٰهُ بِلِسَانِكَ لَعَلَّهُمْ یَتَذَكَّرُوْنَ ۟

হে ৰাছুল! আপোনাৰ প্ৰতি এই কোৰআনখন আৰবী ভাষাত অৱতীৰ্ণ কৰি সহজ-সৰল কৰি দিছোঁ, যাতে সিহঁতে উপদেশ গ্ৰহণ কৰে। info
التفاسير:
ߟߝߊߙߌ ߟߎ߫ ߢߊ߬ߕߣߐ ߘߏ߫ ߞߐߜߍ ߣߌ߲߬ ߞߊ߲߬:
• الجمع بين العذاب الجسمي والنفسي للكافر.
কাফিৰসকলক শাৰিৰীক আৰু মানসিক উভয় শাস্তি বিহা হ’ব। info

• الفوز العظيم هو النجاة من النار ودخول الجنة.
জাহান্নামৰ পৰা মুক্তি আৰু জান্নাতত প্ৰৱেশ কৰাটোৱে হৈছে মহাসফলতা। info

• تيسير الله لفظ القرآن ومعانيه لعباده.
আল্লাহে বান্দাসকলৰ বাবে কোৰআনৰ শব্দ আৰু অৰ্থ সহজ কৰি দিছে। info