Check out the new design

ߞߎ߬ߙߣߊ߬ ߞߟߊߒߞߋ ߞߘߐ ߟߎ߬ ߘߟߊߡߌߘߊ - ߞߎ߬ߙߣߊ߬ ߞߟߊߒߞߋ ߞߘߐߦߌߘߊ ߟߊߘߛߏߣߍ߲ ߘߟߊߡߌߘߊ ߊߛߊ߯ߡߌߞߊ߲ ߘߐ߫. * - ߘߟߊߡߌߘߊ ߟߎ߫ ߦߌ߬ߘߊ߬ߥߟߊ


ߞߘߐ ߟߎ߬ ߘߟߊߡߌ߬ߘߊ߬ߟߌ ߟߝߊߙߌ ߘߏ߫: (15) ߝߐߘߊ ߘߏ߫: ߞߍ߬ߟߍ
مَثَلُ الْجَنَّةِ الَّتِیْ وُعِدَ الْمُتَّقُوْنَ ؕ— فِیْهَاۤ اَنْهٰرٌ مِّنْ مَّآءٍ غَیْرِ اٰسِنٍ ۚ— وَاَنْهٰرٌ مِّنْ لَّبَنٍ لَّمْ یَتَغَیَّرْ طَعْمُهٗ ۚ— وَاَنْهٰرٌ مِّنْ خَمْرٍ لَّذَّةٍ لِّلشّٰرِبِیْنَ ۚ۬— وَاَنْهٰرٌ مِّنْ عَسَلٍ مُّصَفًّی ؕ— وَلَهُمْ فِیْهَا مِنْ كُلِّ الثَّمَرٰتِ وَمَغْفِرَةٌ مِّنْ رَّبِّهِمْ ؕ— كَمَنْ هُوَ خَالِدٌ فِی النَّارِ وَسُقُوْا مَآءً حَمِیْمًا فَقَطَّعَ اَمْعَآءَهُمْ ۟
আল্লাহৰ আদেশ পালন কৰি আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি তাক্বৱা অৱলম্বন কৰা লোকসকলক আল্লাহে যি জান্নাতৰ প্ৰতিশ্ৰুতি দিছে, সেই জান্নাতৰ বৈশিষ্ট্য হৈছে এনে ধৰণৰঃ তাত এনেকুৱা নদী আছে, যি নদীৰ পানী অধিক সময় ৰখি থাকিলেও সোৱাদ আৰু ঘ্ৰাণ পৰিবৰ্তন নহয়। লগতে তাত আছে সোৱাদ পৰিবৰ্তন নোহোৱা গাখীৰৰ নদী। এইদৰে তাত আছে সুস্বাদু সুৰাৰ নদী। লগতে তাত পৰিশোধিত মৌজোলৰ নদীও আছে। তেওঁলোকৰ বাবে তাত থাকিব তেওঁলোকে বিচৰা সকলো প্ৰকাৰ ফল-মূল। এই সকলোবোৰৰ ওপৰত থাকিব তেওঁলোকৰ বাবে আল্লাহৰ ফালৰ পৰা গুনাহৰ ক্ষমা। তেওঁলোকক এই বিষয়ে কোনো সোধ-পোচ কৰা নহ’ব। এনেকুৱা প্ৰতিদান লাভ কৰা ব্যক্তিক, সেই ব্যক্তিৰ লগত তুলনা কৰা ঠিক হ’বনে যিয়ে চিৰকাল জাহান্নামত থাকিব, তাৰ পৰা কেতিয়াও ওলাব নোৱাৰিব, আৰু যাক উতলা গৰম পানী খোওৱা হ’ব, ফলত সিহঁতৰ নাৰী-ভুৰু ছিন্ন-বিচ্ছিন্ন হৈ পৰিব?
ߊߙߊߓߎߞߊ߲ߡߊ ߞߘߐߦߌߘߊ ߟߎ߬:
ߟߝߊߙߌ ߟߎ߫ ߢߊ߬ߕߣߐ ߘߏ߫ ߞߐߜߍ ߣߌ߲߬ ߞߊ߲߬:
• اقتصار همّ الكافر على التمتع في الدنيا بالمتع الزائلة.
কাফিৰসকলৰ সকলো প্ৰয়াস পাৰ্থিৱ জীৱনৰ ক্ষণস্থায়ী বস্তুৰ উপভোগ লৈকেই সীমিত।

• المقابلة بين جزاء المؤمنين وجزاء الكافرين تبيّن الفرق الشاسع بينهما؛ ليختار العاقل أن يكون مؤمنًا، ويختار الأحمق أن يكون كافرًا.
মুমিনসকলৰ প্ৰতিদান আৰু কাফিৰসকলৰ প্ৰতিদানৰ মাজত মহা পাৰ্থক্য স্পষ্ট কৰি দিয়া হৈছে, যাতে বুদ্ধিমান ব্যক্তিয়ে মুমিনসকলৰ পথ অৱলম্বন কৰে আৰু বুৰ্বক ব্যক্তিয়ে কাফিৰসকলৰ পথ গ্ৰহণ কৰে।

• بيان سوء أدب المنافقين مع رسول الله صلى الله عليه وسلم.
মুনাফিকসকলে ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামৰ লগত কৰা দুৰ্ব্যৱহাৰৰ বৰ্ণনা।

• العلم قبل القول والعمل.
কিবা কোৱা আৰু কোনো কৰ্ম কৰাৰ আগত শিকি লোৱা অনিবাৰ্য।

 
ߞߘߐ ߟߎ߬ ߘߟߊߡߌ߬ߘߊ߬ߟߌ ߟߝߊߙߌ ߘߏ߫: (15) ߝߐߘߊ ߘߏ߫: ߞߍ߬ߟߍ
ߝߐߘߊ ߟߎ߫ ߦߌ߬ߘߊ߬ߥߟߊ ߞߐߜߍ ߝߙߍߕߍ
 
ߞߎ߬ߙߣߊ߬ ߞߟߊߒߞߋ ߞߘߐ ߟߎ߬ ߘߟߊߡߌߘߊ - ߞߎ߬ߙߣߊ߬ ߞߟߊߒߞߋ ߞߘߐߦߌߘߊ ߟߊߘߛߏߣߍ߲ ߘߟߊߡߌߘߊ ߊߛߊ߯ߡߌߞߊ߲ ߘߐ߫. - ߘߟߊߡߌߘߊ ߟߎ߫ ߦߌ߬ߘߊ߬ߥߟߊ

ߡߍ߲ ߝߘߊߣߍ߲߫ ߞߎ߬ߙߊ߬ߣߊ ߞߘߐߦߌߘߊ ߕߌߙߌ߲ߠߌ߲ ߝߊ߲ߓߊ ߟߊ߫

ߘߊߕߎ߲߯ߠߌ߲