Check out the new design

ߞߎ߬ߙߣߊ߬ ߞߟߊߒߞߋ ߞߘߐ ߟߎ߬ ߘߟߊߡߌߘߊ - ߞߎ߬ߙߣߊ߬ ߞߟߊߒߞߋ ߞߘߐߦߌߘߊ ߟߊߘߛߏߣߍ߲ ߘߟߊߡߌߘߊ ߊߛߊ߯ߡߌߞߊ߲ ߘߐ߫. * - ߘߟߊߡߌߘߊ ߟߎ߫ ߦߌ߬ߘߊ߬ߥߟߊ


ߞߘߐ ߟߎ߬ ߘߟߊߡߌ߬ߘߊ߬ߟߌ ߟߝߊߙߌ ߘߏ߫: (9) ߝߐߘߊ ߘߏ߫: ߟߊ߬ߥߟߌ߬ߟߌ
وَالَّذِیْنَ تَبَوَّءُو الدَّارَ وَالْاِیْمَانَ مِنْ قَبْلِهِمْ یُحِبُّوْنَ مَنْ هَاجَرَ اِلَیْهِمْ وَلَا یَجِدُوْنَ فِیْ صُدُوْرِهِمْ حَاجَةً مِّمَّاۤ اُوْتُوْا وَیُؤْثِرُوْنَ عَلٰۤی اَنْفُسِهِمْ وَلَوْ كَانَ بِهِمْ خَصَاصَةٌ ۫ؕ— وَمَنْ یُّوْقَ شُحَّ نَفْسِهٖ فَاُولٰٓىِٕكَ هُمُ الْمُفْلِحُوْنَ ۟ۚ
আৰু আনছাৰসকলে মুহাজিৰসকলতকৈ আগত মদিনাত বসবাস কৰিছিল তথা তেওঁলোকে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ প্ৰতি ঈমান পোষণ কৰিছিল, তেওঁলোকে সেইসকল লোকক চেনেহ কৰিছিল যিসকলে মক্কাৰ পৰা হিজৰত কৰি তেওঁলোকৰ ওচৰত আহিছিল। আৰু তেওঁলোকৰ অন্তৰত আল্লাহৰ পথত হিজৰতকাৰী সকলৰ বিষয়ে কোনো ঈৰ্ষা তথা কোনো ক্ৰোধ নাছিল, যেতিয়া মুহাজিৰসলক যুদ্ধ নোহোৱাকৈ প্ৰাপ্ত হোৱা ধনৰ পৰা দান কৰা হৈছিল আৰু তেওঁলোকক একো দিয়া হোৱা নাছিল। আৰু তেওঁলোকে পাৰ্থিৱ সম্পদ লাভৰ ক্ষেত্ৰত মুহাজিৰসকলক অগ্ৰাধিকাৰ দিছিল, যদিও তেওঁলোক নিজে দুখীয়া বা মুক্ষাপেক্ষী। আৰু আল্লাহে যাৰ অন্তৰক ধনৰ লোভ-লালসাৰ পৰা ৰক্ষা কৰে, তেনেকুৱা লোকেই তেওঁৰ পথত ধন খৰচ কৰে। গতিকে এনেকুৱা লোকৰ আশাবোৰ পূৰণ হব আৰু ভয়ৰ পৰা মুক্তি লাভ কৰিব।
ߊߙߊߓߎߞߊ߲ߡߊ ߞߘߐߦߌߘߊ ߟߎ߬:
ߟߝߊߙߌ ߟߎ߫ ߢߊ߬ߕߣߐ ߘߏ߫ ߞߐߜߍ ߣߌ߲߬ ߞߊ߲߬:
• فعل ما يُظنُّ أنه مفسدة لتحقيق مصلحة عظمى لا يدخل في باب الفساد في الأرض.
অধিক মহত্বপূৰ্ণ হিতক সন্মুখত ৰাখি এনেকুৱা কাম কৰা, যিটোক বিপৰ্যয় বুলি ভবা হয় কিন্তু প্ৰকৃততে সেইটো পৃথিৱীত বিপৰ্যয় সৃষ্টি কৰা নুবুজায়।

• من محاسن الإسلام مراعاة ذي الحاجة للمال، فَصَرَفَ الفيء لهم دون الأغنياء المكتفين بما عندهم.
ইছলামৰ এটা বিশেষত্ব হৈছে এই যে, ধনৰ ভাগ-বন্টন কৰাৰ সময়ত বিশেষকৈ উপযুক্ত ব্যক্তিসকলক অগ্ৰাধিকাৰ দিয়ে। সেই কাৰণেই যুদ্ধ নকৰাকৈ লাভ কৰা ধন অভাৱী লোকৰ মাজত বন্টন কৰাৰ নিৰ্দেশ দিছে। ধনী সকলক নিষেধ কৰিছে কাৰণ সিহঁতৰ ওচৰত পৰ্যাপ্ত পৰিমাণৰ ধন আছে।

• الإيثار منقبة عظيمة من مناقب الإسلام ظهرت في الأنصار أحسن ظهور.
পৰোপকাৰ ইছলামৰ এটা ডাঙৰ বিশেষত্ব। যিটো স্পষ্টৰূপে আনছাৰসকলৰ মাজত প্ৰকাশ পাইছিল।

 
ߞߘߐ ߟߎ߬ ߘߟߊߡߌ߬ߘߊ߬ߟߌ ߟߝߊߙߌ ߘߏ߫: (9) ߝߐߘߊ ߘߏ߫: ߟߊ߬ߥߟߌ߬ߟߌ
ߝߐߘߊ ߟߎ߫ ߦߌ߬ߘߊ߬ߥߟߊ ߞߐߜߍ ߝߙߍߕߍ
 
ߞߎ߬ߙߣߊ߬ ߞߟߊߒߞߋ ߞߘߐ ߟߎ߬ ߘߟߊߡߌߘߊ - ߞߎ߬ߙߣߊ߬ ߞߟߊߒߞߋ ߞߘߐߦߌߘߊ ߟߊߘߛߏߣߍ߲ ߘߟߊߡߌߘߊ ߊߛߊ߯ߡߌߞߊ߲ ߘߐ߫. - ߘߟߊߡߌߘߊ ߟߎ߫ ߦߌ߬ߘߊ߬ߥߟߊ

ߡߍ߲ ߝߘߊߣߍ߲߫ ߞߎ߬ߙߊ߬ߣߊ ߞߘߐߦߌߘߊ ߕߌߙߌ߲ߠߌ߲ ߝߊ߲ߓߊ ߟߊ߫

ߘߊߕߎ߲߯ߠߌ߲